Asom Khobor Magazine

Asom Khobor Magazine Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom Khobor Magazine, Media/News Company, Gauhati.

18/03/2026

বিহালীত নতুন মুখ হ'ব পাৰে ।

13/03/2026
12/03/2026

◆মাতৃৰ মিথ্যাচাৰৰ বাতৰি পাই জাঙুৰ খাই উঠিল আব্দুল আনচাৰিৰ কন্যা ৷
◆ মাতৃৰ মিথ্যাচাৰৰ বাতৰি পাই জাঙুৰ ◆খাই উঠিল আব্দুল আনচাৰিৰ কন্যা ৷

19/01/2026

সোম বাৰে পুৱাই ৫১ নং দলগাওঁ সমষ্টিৰবাসী আশীৰ্বাদলৈ সমষ্টিটোৰ বিশিষ্ট সমাজ সেৱক। যুৱক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটি সম্পাদক, মুখ পাত্ৰ জেহেৰুল ইছলাম বাদসাই।গুৱাহাটী ৰাজীৱ ভৱনলৈ সমষ্টিটোৰ শতাধিক দলীয় কৰ্মীলৈ উপস্থিত হৈ প্ৰাৰ্থীত্ব বিচাৰি দলীয় আবেদন দাখিল কৰে জেহেৰুল ইছলামে।
fans





#দলগাওঁ
#দৰং

জুবিন গাৰ্গ আৰু নাই.......!
19/09/2025

জুবিন গাৰ্গ আৰু নাই.......!

জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই
19/09/2025

জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই

বালিপৰাৰ জ্যেষ্ঠ  সাংবাদিক, লেখক নিৱন্ধকাৰ  প্ৰাঞ্জল প্ৰতিম বৰালৈ  গোৰ্খা মিত্ৰ সন্মান বিশ্বনাথ ২৩ জুলাই :শোণিতপুৰ জিলাৰ...
23/07/2025

বালিপৰাৰ জ্যেষ্ঠ সাংবাদিক, লেখক নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰালৈ গোৰ্খা মিত্ৰ সন্মান

বিশ্বনাথ ২৩ জুলাই :
শোণিতপুৰ জিলাৰ বালিপৰাৰ জ্যেষ্ঠ সাংবাদিক, লেখক তথা নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰালৈ গোৰ্খা মিত্ৰ সন্মান প্ৰদান কৰিছে গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিয়ে। অহা ২৬ জুলাইত তেজপুৰত অনুষ্ঠিত হ'ব লগীয়া সন্মান সমাৰোহত এই সন্মান আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব বুলি প্ৰকাশ কৰে শোণিতপুৰ জিলা সমিতিয়ে। উল্লেখযোগ্য যে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা লগত জড়িত হোৱা লগতে বিভিন্ন লেখা মেলা কৰা ওপৰিও সমাজৰ হৈ কৰি আহিছে
বৰাই । বিশেষকৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিশেষ ভাৱে গোৰ্খা জনগোষ্ঠীৰ হৈ বিভিন্ন কিতাপ লেখা লগতে সমস্যা সমূহ বিভিন্ন মাধ্যমৰে উপস্থাপন কৰি আহিছিল প্ৰাঞ্জল বৰাই।বিশেষকৈ বিভিন্ন জাতীয় হকে সমন্বয় মূলক ভাৱ ধাৰাৰে বিভিন্ন মাধ্যমযোগে কৰ্ম সম্পাদন কৰি অহাৰ বাবে এই স্বীকৃতি দিয়া বুলি জানিব পৰা গৈছে । ইফালে গোৰ্খা জনগোষ্ঠীৰ হৈ বিভিন্ন ৰাজ্যত বিভিন্ন সমস্যাৰ সমাধানৰ বাবে লগতে ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যৰে চিক্কিম, নেপালকে ধৰি বিভিন্ন স্থানত প্ৰতিনিধিত্ব কৰি আহিছে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰাই।

ইফালে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে বিগত সময়ত সমাজৰ হৈ কাম কৰা ক্ষেত্ৰত বিশিষ্ট সেৱা সন্মান ,অসম নেপালী নাট্য সন্মিলন, যুৱ পৰিৱেশ সচেতক সম্বৰ্ধনা গ্ৰহণ,জিলা বন বিভাগে,ৰাধামোহন ঠাকুৰ সাংবাদিকতা পুৰস্কাৰ ধৰি বিভিন্ন সন্মান অৰ্জন কৰিবলৈসক্ষমহৈছে জ্যেষ্ঠ সাংবাদিক গৰাকীয়।

তেজপুৰ শালনিবাৰী সশস্ত্ৰ সীমা বল চিকিৎসালয়ত শিশুৰ সফল অস্ত্ৰোপচাৰ ::  তেজপুৰ  ৭জুলাই :তেজপুৰ শালনিবাৰী এছ এছ বি বিদ্যালয়...
08/07/2025

তেজপুৰ শালনিবাৰী সশস্ত্ৰ সীমা বল চিকিৎসালয়ত শিশুৰ সফল অস্ত্ৰোপচাৰ ::

তেজপুৰ ৭জুলাই :

তেজপুৰ শালনিবাৰী
এছ এছ বি বিদ্যালয়ত পঢ়ি থকা এজনী চাৰি বছৰীয়া ছাত্ৰী
সোমবাৰে হঠাৎ এক দুৰ্ঘটনাৰ সংঘটিত হৈ এটা আঙুলি ছিঙি যায়। ইফালে ততাতৈয়াকৈ অভিভাৱকে তেজপুৰ শালনিবাৰীত অৱস্থিত এছ এছ বিৰ CAPF হস্পিতালত ভৰ্তি কৰাই।
জানিব পৰা মতে দুৰ্ঘটনা আঘাত পোৱা ছাত্ৰী গৰাকী
প্ৰাক প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কুমল ঠাকুৰ বুলি জানিব পৰা গৈছে।
ইফালে ছাত্ৰী গৰাকীক এছ এছ বি CAPF হাস্পতাল ভৰ্তি কৰোৱা লগে লগে বিশেষ জৰুৰী কালি সেৱা প্ৰদান কৰে হস্পিতালৰ কৰ্মচাৰীয়ে
। বিশেষকৈ ছাত্ৰী গৰাকী স্কুলত খেলি থকাৰ সময়ত সোঁহাতৰ মাজৰ আঙুলিৰ সম্পূৰ্ণ ভাৱে আঘাত পোৱা লগতে ৯০ শতাংশ আঙুলিটো ছিঙি যায় । ঘটনাটোৰ সংঘটিত হোৱা সময়ত ছাত্ৰী গৰাকীয়ে আন আন ছাত্র ছাত্ৰী সকলৰ সৈতে খেলি ধেমালি কৰি
থাকোঁতে আঙুলিটো দৰ্জাৰ ফাকত সোমাই চেপা খাই ৰৈ যায়।
ততাতৈয়াকৈ অভিভাৱক শিক্ষকে এছ এছ বিৰ CAPF হস্পিতালৰ জৰুৰীকালীন সেৱাত ভৰ্তি কৰাই যদিও বিয়লি সময়ত চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জলেশ্বৰ ছাকমা,ডাক্তৰ নিখিল প্ৰশানৰ নেতৃত্বত এটা দলে শিশুটিক এক অস্ত্ৰোপ্ৰচাৰ কৰি সুস্থ কৰি তোলে।

অনলাইনত সামগ্ৰী কিনোতে সাৱধান হওঁকঃ দিল্লীত এমাজন চেল প্রাইভেট লিমিটেডৰ গুডামত অভিযান - https://asomkhobor.com/?p=19766M...
27/03/2025

অনলাইনত সামগ্ৰী কিনোতে সাৱধান হওঁকঃ দিল্লীত এমাজন চেল প্রাইভেট লিমিটেডৰ গুডামত অভিযান - https://asomkhobor.com/?p=19766
More News Kindly Visit:
www.asomkhobor.com
www.news.asomkhobor.com
Thank You👍

খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ’ৱে দিল্লীস্থিত এমাজন চেল প্রাইভেট লিমিটেডৰ গুডামত ...

Address

Gauhati
781012

Alerts

Be the first to know and let us send you an email when Asom Khobor Magazine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom Khobor Magazine:

Share