06/08/2026
🏅 ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত! 🇮🇳
থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় তায়কোৱাণ্ডো চেম্পিয়নশ্বিপত অৰুণাচল প্ৰদেশৰ প্ৰতিভাশালী খেলুৱৈ নিক্টাৰ য়াতিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক জয় কৰিছে। 🥇
তেওঁৰ এই অসাধাৰণ সাফল্য অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ বিষয়। নিক্টাৰ য়াতিক আন্তৰিক অভিনন্দন আৰু আগন্তুক দিনবোৰৰ বাবে শুভকামনা। 👏🇮🇳