11/03/2026
*বিশেষ ঘোষণা*
নমস্কাৰ।🙏
আজি সন্ধিয়া ঠিক ৬ বজাত "Assamese Grammar : অসমীয়া ব্যাকৰণ" নামৰ পে'জটোৰ এটা YouTube চেনেল মুকলি কৰা হ'ব, যিটোৱে বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু ন-শিকাৰুসকলক উপকৃত কৰিব।
ইচ্ছুকসকলে চেনেলটো আগতীয়াকৈ subscribe কৰিব পাৰিব। তলত লিংকটো দিলো। আপোনালোকৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো। ধন্যবাদ।―
https://youtube.com/?si=vk24o-5P7ofi1gBn