MoonAbhi

MoonAbhi Sivasagar

পাহৰিব খুজিও পাহৰিব নোৱাৰা দিনটো চকুৰ আগতে কেনেদৰে বলিয়া বানে শেষ কৰি থৈ গল সপোনৰ ঘৰখন😭😭এতিয়া অঘৰী দৰে দিন কটাব লগা হৈ...
18/08/2026

পাহৰিব খুজিও পাহৰিব নোৱাৰা দিনটো চকুৰ আগতে কেনেদৰে বলিয়া বানে শেষ কৰি থৈ গল সপোনৰ ঘৰখন😭😭এতিয়া অঘৰী দৰে দিন কটাব লগা হৈছে।না মনৰ শান্তি না শৰীৰৰ শান্তি। ভগৱান আৰু এনেকৈ কিমান দিন জীয়াই থাকিম🙏🙏।

অভিশপ্ত 20/7/2026 দিনটোতে  বলিয়া বানে সকলো শূন্য কৰি থৈ গল। এতিয়া নিঃসহায় নিৰাশা😭😭। এতিয়া সকলোৱে খোৱা বোৱা , বস্ত্ৰ,...
30/07/2026

অভিশপ্ত 20/7/2026 দিনটোতে বলিয়া বানে সকলো শূন্য কৰি থৈ গল। এতিয়া নিঃসহায় নিৰাশা😭😭। এতিয়া সকলোৱে খোৱা বোৱা , বস্ত্ৰ,পানী যোগান ধৰিছে কিন্তু পানী শুকাই যোৱা পিছৰ অৱস্থা টোৰ কথা ভাবিলেই বহুত ভয় লগা হৈছে😭😭
যি সকল লোকে আমাৰ এই কঠিন সময়ত আখাৰি মাত আৰু খোৱা বোৱা যোগান ধৰিছে তেওঁলোকক আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইচো 🙏🙏

নতুন পুৱাৰ আশাৰে🥱সকলোকে শুভ ৰাত্ৰি 🌛⭐⭐
29/06/2026

নতুন পুৱাৰ আশাৰে🥱সকলোকে শুভ ৰাত্ৰি 🌛⭐⭐

🌹🌹Good morning everyone 🌹🌹
29/06/2026

🌹🌹Good morning everyone 🌹🌹

🌜💫দিনটোৰ সকলো ক্লান্তি এৰি শান্তিৰে নিশাটো কটাওক🌛⭐⭐Good night sweet dreams🥱🥱
28/06/2026

🌜💫দিনটোৰ সকলো ক্লান্তি এৰি শান্তিৰে নিশাটো কটাওক🌛⭐⭐
Good night sweet dreams🥱🥱

27/06/2026
18/06/2026

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when MoonAbhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share