Voice 18 Axom

Voice 18 Axom সঁচা বাতৰি শুদ্ধ ৰূপত আপোনাৰ প্ৰিয় চেনেলত VOICE 18 AXOM

With Assam Live 24 – I just got recognised as one of their top fans! 🎉
31/07/2026

With Assam Live 24 – I just got recognised as one of their top fans! 🎉

30/07/2026

নাজিৰাৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি বিধ্বস্ত কৰা কৃষকক সহায়ৰ বাবে আগবাঢ়ি আহিল কংগ্ৰেছ দলৰ নেতা - কৰ্মী

নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ বিশেষ প্ৰচেষ্টা

লখিমপুৰ, ধেমাজি জিলাৰ পৰা যোগান ধৰিছে কঠিয়া

30/07/2026

আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ অনুপম সৃষ্টি আৰু সুৰবোৰ চিৰদিনৰ বাবে আমাৰ হৃদয়ত অমৰ হৈ ৰ’ব।

তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই অন্য এজন প্ৰতিভাময়ী গায়কে পুনৰণ সৃষ্টি কৰিছে তেখেতৰ সেই চিৰসেউজ গানটো...

​চাবচক্ৰাইব কৰক আমাৰ চেনেলটো আৰু চাওক সম্পূৰ্ণ ভিডিঅ'টি।

যমুনামুখৰ ডেকেৰুৱাত​ভয়ংকৰ পথ দুৰ্ঘটনা​চুৰ্ণ বিচুৰ্ণ ব'লেৰো বাহন​দুজন সংকটজনক অৱস্থাত
30/07/2026

যমুনামুখৰ ডেকেৰুৱাত
​ভয়ংকৰ পথ দুৰ্ঘটনা
​চুৰ্ণ বিচুৰ্ণ ব'লেৰো বাহন
​দুজন সংকটজনক অৱস্থাত

29/07/2026

নিশা বৰষুণৰ ফলত হোজাই জিলাৰ নীলবাগান অভাৰব্ৰিজৰ তলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ দৃশ্য।

বদৰুদ্দিন আজমলৰ মহানুভৱতা। বানাক্ৰান্ত লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান আজমলৰ। শিৱসাগৰৰ ৰুদ্ৰসাগৰ পঞ্চায়তত বানাক্ৰান...
29/07/2026

বদৰুদ্দিন আজমলৰ মহানুভৱতা। বানাক্ৰান্ত লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান আজমলৰ। শিৱসাগৰৰ ৰুদ্ৰসাগৰ পঞ্চায়তত বানাক্ৰান্তৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে স্বাস্থ্য শিবিৰৰ আয়োজন। ৫ দিনলৈ চলিব এই বিনামূলীয়া চিকিৎসা সেৱা

28/07/2026

👉মংগলবাৰে নগাঁও জিলাৰ ডাক মণ্ডলত ভাৰতীয় ডাক কৰ্মচাৰী সংস্থাৰ সংবাদমেল

👉 ভাৰতীয় ডাক সেৱাৰ ক্ষেত্ৰত চৰকাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ অভিযোগ

👉 মৃতপ্ৰায় ডাক সেৱা উদ্ধাৰ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে ডাক কৰ্মী সকলক যথেষ্ট মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ

👉ডাক সেৱা কৰ্মী সকলৰ ওপৰত চৰকাৰে হাৰাশাস্তি নকমালে ১৮ আগষ্টৰ পৰা সমগ্ৰ ভাৰতত ধৰ্মঘটৰ হুংকাৰ ভাৰতীয় ডাক কৰ্মচাৰী সংস্থাৰ

28/07/2026

অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰী কঢ়িওৱা বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত। বালতালৰ পৰা শ্ৰীনগৰলৈ ৫০ গৰাকী তীৰ্থযাত্ৰী কঢ়িওৱা বাহনখন পতিত হয় দুৰ্ঘটনাত। আহত প্ৰায় ৩৯ গৰাকী যাত্ৰী।

28/07/2026

বনজংগলৰ মাজেৰে যাত্ৰা কৰোঁতে বা গাড়ীৰ কাষত ৰওঁতে কিমান সতৰ্ক হোৱা উচিত, এই ভিডিঅ’টোৱে তাকেই স্পষ্ট কৰি দিলে। কিমান ভয়ংকৰ পৰিস্থিতি! আপোনাৰ কি অনুভৱ হয়, কমেন্ট কৰি জনাওক।

Address

Gauhati
Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Voice 18 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share