Learn with Nayan Baruah

Learn with Nayan Baruah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Learn with Nayan Baruah, Digital creator, North Guwahati, Guwahati.

অসমীয়াত Facebook Growth, Content Creation, AI Tools, Digital Marketing, Social Media Tips আৰু Online Earning সম্পৰ্কীয় সহজ আৰু ব্যৱহাৰিক তথ্য পাওক। নতুন কিবা শিকিবলৈ Follow কৰক Learn with Nayan Baruah।

06/08/2026

Editing dekh kar comment karo! 👇
Video kaisi lagi? Agar aisi aur editing dekhni hai, to "Edit" comment karo! ❤️🔥

04/08/2026

💬 Want to learn this editing? Comment "EDIT" 👇
👍 If you like it, don't forget to share this video! ❤️

28/07/2026

আপোনৰ Facebook ৰ Monetise Section ত "Sorry, something went wrong" দেখা গৈছেনে? 😟
Panic নহব... 🙌

27/07/2026

থমকি থাকিলে Facebook ত
Growth নহয়! ❌
কি কাৰণে মই প্ৰায় 10দিনমান এক্টিভ নাছিলোঁ ?
কিন্তু এতিয়া come back লগতে 1 টা Solution লৈ আহিছোঁ ।

🟥 তৎক্ষণাত ফাউল! কোনোবাই যদি কয়— "মোৰ page নাই..." 😶মই: 🟥 ৰেড কাৰ্ড!আজিৰ যুগত page কেৱল ব্যৱসায়ৰ বাব...
23/07/2026

🟥 তৎক্ষণাত ফাউল!

কোনোবাই যদি কয়— "মোৰ page নাই..." 😶

মই: 🟥 ৰেড কাৰ্ড!

আজিৰ যুগত page কেৱল ব্যৱসায়ৰ বাবে নহয়। নিজৰ চিনাকি গঢ়িবলৈ, নিজৰ প্ৰতিভা দেখুৱাবলৈ আৰু হাজাৰ হাজাৰ মানুহৰ ওচৰ পাবলৈও এটা Page অতি প্ৰয়োজনীয়।

19/07/2026

Running copyright scan... মানে কি?
Video Upload কৰাৰ লগে লগে Facebook এ কিয় লিখে 'Running copyright scan...?

🌄 This or That? 🤔আপুনি কোনটো বেছি ভাল পায়? 👇🏔️ পাহাৰ ❤️নে🌊 সমুদ্ৰ 💙এটা শব্দতে উত্তৰ দিয়ক:"পাহাৰ" বা "সমুদ্ৰ" 👇আপোনাৰ প...
19/07/2026

🌄 This or That? 🤔

আপুনি কোনটো বেছি ভাল পায়? 👇

🏔️ পাহাৰ ❤️
নে
🌊 সমুদ্ৰ 💙

এটা শব্দতে উত্তৰ দিয়ক:
"পাহাৰ" বা "সমুদ্ৰ" 👇

আপোনাৰ পছন্দৰ কাৰণটোও কমেণ্টত জনাব। চাও কোনটো বেছি জনপ্ৰিয় হয়! 😍

Sleep with determination. Wake up with purpose. Success begins with consistency. 🌙🚀
16/07/2026

Sleep with determination. Wake up with purpose. Success begins with consistency. 🌙🚀

15/07/2026

আপোনাৰ Facebook-ৰ আটাইতকৈ ডাঙৰ সমস্যা কি? Reach, Followers নে Monetization?
🥸

13/07/2026

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Banti Gogoi, Nilakhi Baishya, Hiya Moni

Address

North Guwahati
Guwahati
781030

Website

Alerts

Be the first to know and let us send you an email when Learn with Nayan Baruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share