TIMES24

TIMES24 News and Media, Follow us

অসমৰ বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিল পশ্চিম বংগৰ যুৱক! শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলত দিল খানে চলোৱা এই ব্যতিক্ৰমী সাহায্য...
03/08/2026

অসমৰ বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিল পশ্চিম বংগৰ যুৱক! শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলত দিল খানে চলোৱা এই ব্যতিক্ৰমী সাহায্য অভিযানে জিকিছে লাখ লাখ অসমীয়াৰ হৃদয়।

টকা নাই, কিন্তু আছে এক বিশাল হৃদয়! শিৱসাগৰৰ শুকুৰ আলীয়ে প্ৰমাণ কৰিলে যে সহায় কৰিবলৈ ধনতকৈ মনৰ বেছি প্ৰয়োজন। বানপানীত...
03/08/2026

টকা নাই, কিন্তু আছে এক বিশাল হৃদয়! শিৱসাগৰৰ শুকুৰ আলীয়ে প্ৰমাণ কৰিলে যে সহায় কৰিবলৈ ধনতকৈ মনৰ বেছি প্ৰয়োজন। বানপানীত সৰ্বস্ব হেৰুওৱা লোকৰ ঘৰ সাজিবলৈ ২৫০ জন শ্ৰমিক লৈ ওলাই আহিল শুকুৰ আলী। তেওঁৰ এই পদক্ষেপক সমগ্ৰ অসমে প্ৰশংসা কৰিছে।

আমাক উত্তৰ লাগে!"— বান সাহায্যত কমিচনৰ অংক চলিছে নেকি? সংবাদমেল পাতি চৰকাৰক থকা-সৰকা কৰিলে অখিল গগৈয়ে।
03/08/2026

আমাক উত্তৰ লাগে!"— বান সাহায্যত কমিচনৰ অংক চলিছে নেকি? সংবাদমেল পাতি চৰকাৰক থকা-সৰকা কৰিলে অখিল গগৈয়ে।

আজমলৰ পৰা আৰ্থিক সাহায্য লৈ নামঘৰ কিয় বনাব লাগে ? হিন্দু ইমান দূৰ্বল হ'ল নেকি ? প্ৰশ্ন শিখা শৰ্মাৰ ।
03/08/2026

আজমলৰ পৰা আৰ্থিক সাহায্য লৈ নামঘৰ কিয় বনাব লাগে ? হিন্দু ইমান দূৰ্বল হ'ল নেকি ? প্ৰশ্ন শিখা শৰ্মাৰ ।

03/08/2026

প্ৰশাসনৰ চৰম কাণ্ডজ্ঞানহীনতা! মুখ্যমন্ত্ৰী অহাৰ সময়ত মৃতদেহ উদ্ধাৰৰ খবৰ লুকুৱালে কোনে আৰু কিয় ?
জনতাক অন্ধকাৰত ৰাখি, মুখ্যমন্ত্ৰীক প্ৰতাৰণা কৰি প্ৰশাসনে কি প্ৰমাণ কৰিব খুজিছে ?
এই লুকুৱাই থোৱা নীতিৰ বিৰুদ্ধে ৰাইজ এক হওক। সত্যক কেতিয়াও হেঁচি ৰাখিব নোৱাৰি!
প্ৰতিজন অসমীয়াই ভিডিঅ’টো শ্বেয়াৰ কৰক, যাতে প্ৰশাসনৰ এই মুখা খহি পৰে!

ীয়া

শিখা শৰ্মাৰ মন্তব্য।
03/08/2026

শিখা শৰ্মাৰ মন্তব্য।

03/08/2026

প্ৰকৃত কৃষক কোনজন৷কঠিয়া পেলাওঁতে কঠিয়াৰ উপৰত খোজকাঢ়িলে ধান গজিব নে?
03/08/2026

প্ৰকৃত কৃষক কোনজন৷
কঠিয়া পেলাওঁতে কঠিয়াৰ উপৰত খোজকাঢ়িলে ধান গজিব নে?

অসমৰ বানপীড়িত ৰাইজৰ কাষত আগবাঢ়ি আহিছে নীতা আম্বানী।অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২১...
03/08/2026

অসমৰ বানপীড়িত ৰাইজৰ কাষত আগবাঢ়ি আহিছে নীতা আম্বানী।
অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২১ কোটি টকা আগবঢ়োৱাটো এক প্ৰশংসনীয় আৰু মানৱীয় পদক্ষেপ। এনে দুৰ্যোগৰ সময়ত আগবাঢ়ি অহা প্ৰতিজন সহায়কাৰীয়েই আশা আৰু সাহসৰ প্ৰেৰণা।


অসমৰ জনসাধাৰণৰ অবিভাজ্য আশ্ৰয়স্থল।ৰাজনৈতিক ব্যস্ততা, সামাজিক দায়িত্ব আৰু শিক্ষাৰ প্ৰসাৰ—সকলো দিশতে সমানে সক্ৰিয়। প্ৰতিদি...
03/08/2026

অসমৰ জনসাধাৰণৰ অবিভাজ্য আশ্ৰয়স্থল।
ৰাজনৈতিক ব্যস্ততা, সামাজিক দায়িত্ব আৰু শিক্ষাৰ প্ৰসাৰ—সকলো দিশতে সমানে সক্ৰিয়। প্ৰতিদিনে হাজাৰ জনৰ আশা-আকাংক্ষাক বুকুত লৈ উজনিৰ পৰা নামনিলৈ অবিৰত যাত্ৰা। নিজৰ সুখ-জিৰণি ত্যাগ কৰি ৰাইজৰ মাজতে বিলীন হোৱা এইগৰাকী মহান ব্যক্তিত্বৰ সুস্বাস্থ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।


Address

Guwahati

Alerts

Be the first to know and let us send you an email when TIMES24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share