Maa Bagalamukhi

Maa Bagalamukhi Mai Maa Bagalamukhi Temple ka Tantrik priest hu.Mai religious photo,video,writing post karna pasand karta hu

ॐ विश्वकर्मा महाभाग देवशिल्पिन् प्रजापते।त्वं हि विश्वस्य कर्तासि विश्वकर्मन् नमोऽस्तु ते॥
18/09/2026

ॐ विश्वकर्मा महाभाग देवशिल्पिन् प्रजापते।
त्वं हि विश्वस्य कर्तासि विश्वकर्मन् नमोऽस्तु ते॥




18/09/2026

Dupahar Ki Darshan
Joy Maa kamakhya

আজি দেৱশিল্পী বাবা বিশ্বকৰ্মাৰ পূজাৰ পৱিত্ৰ দিন। এই শুভক্ষণত বিশ্বব্ৰহ্মাণ্ডৰ মহান স্থপতি আৰু দেৱশিল্পী বাবা বিশ্বকৰ্মাৰ...
18/09/2026

আজি দেৱশিল্পী বাবা বিশ্বকৰ্মাৰ পূজাৰ পৱিত্ৰ দিন। এই শুভক্ষণত বিশ্বব্ৰহ্মাণ্ডৰ মহান স্থপতি আৰু দেৱশিল্পী বাবা বিশ্বকৰ্মাৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰে প্ৰণিপাত জনালোঁ।

কামাখ্যা মন্দিৰত দেৱশিল্পী বিশ্বকৰ্মাৰ সৈতে জড়িত এক প্ৰাচীন শিলৰ প্ৰতিমূৰ্তি সংৰক্ষিত হৈ আছে। জনশ্ৰুতি অনুসৰি, এই ৰূপৰ বিশ্বকৰ্মাৰ শিলৰ প্ৰতিমূৰ্তি বিৰল।

এই প্ৰতিমূৰ্তিৰ দৰে আন কোনো প্ৰাচীন শিলৰ প্ৰতিমূৰ্তিৰ বিষয়ে যদি আপোনালোকৰ জ্ঞান বা তথ্য থাকে, অনুগ্ৰহ কৰি কমেণ্টত জনাব। আপোনালোকৰ তথ্যই এই ঐতিহ্যৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব।

আজি বিশ্বকৰ্মা পূজাৰ এই পৱিত্ৰ ক্ষণত
দেৱশিল্পী বাবা বিশ্বকৰ্মাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম।
জয় বাবা বিশ্বকৰ্মা।
জয় মা কামাখ্যা।

विश्वकर्मा पूजा की हार्दिक शुभकामनाएँ ।
आज देवशिल्पी बाबा विश्वकर्मा की पूजा का पावन दिन है। इस शुभ अवसर पर विश्वब्रह्मांड के महान वास्तुकार एवं देवशिल्पी बाबा विश्वकर्मा के श्रीचरणों में गहरी श्रद्धा एवं भक्तिभाव से कोटि-कोटि नमन करता हूँ।
कामाख्या मंदिर में देवशिल्पी विश्वकर्मा से जुड़ी एक प्राचीन पत्थर की प्रतिमा संरक्षित होने की मान्यता है। जनश्रुति के अनुसार, इस स्वरूप की विश्वकर्मा जी की पत्थर की प्रतिमा अत्यंत दुर्लभ है।
यदि इस प्रतिमा के समान किसी अन्य प्राचीन पत्थर की प्रतिमा के बारे में आप लोगों को कोई जानकारी या ऐतिहासिक तथ्य ज्ञात हो, तो कृपया कमेंट में अवश्य साझा करें। आपकी जानकारी इस प्राचीन विरासत के बारे में और अधिक जानने में हमारी सहायता करेगी।
आज विश्वकर्मा पूजा के इस पावन अवसर पर
देवशिल्पी बाबा विश्वकर्मा के श्रीचरणों में शत-शत नमन।
जय बाबा विश्वकर्मा।
जय माँ कामाख्या।




Aaj Ki DarshanJoy Maa Bagalamukhi
18/09/2026

Aaj Ki Darshan
Joy Maa Bagalamukhi

এটি বিশেষ আৰু স্মৰণীয় মুহূৰ্ত।অসমৰ নতুন প্ৰজন্মৰ প্ৰতিভাৱান তথা বিশিষ্ট সুকণ্ঠী গায়িকা অষ্ট্ৰিয়ানা দিহিঙীয়াৰ সৈতে বি...
17/09/2026

এটি বিশেষ আৰু স্মৰণীয় মুহূৰ্ত।

অসমৰ নতুন প্ৰজন্মৰ প্ৰতিভাৱান তথা বিশিষ্ট সুকণ্ঠী গায়িকা অষ্ট্ৰিয়ানা দিহিঙীয়াৰ সৈতে বিশেষ পূজা-অৰ্চনা সম্পন্ন হোৱাৰ পিছত মন্দিৰ প্ৰাংগণত কটোৱা এটি আন্তৰিক আৰু স্মৰণীয় মুহূৰ্ত।
তেখেতৰ সুমধুৰ কণ্ঠ, সৰলতা আৰু প্ৰতিভাই অসমৰ সংগীত জগতক নিশ্চয়কৈ আৰু অধিক সমৃদ্ধ কৰি তুলিব।

জয় মা বগলামুখী।

एक विशेष और स्मरणीय क्षण।
असम की नई पीढ़ी की प्रतिभाशाली एवं सुरीली गायिका अष्ट्रियाना दिहिंगिया के साथ विशेष पूजा-अर्चना संपन्न होने के पश्चात मंदिर परिसर में बिताया गया एक आत्मीय एवं स्मरणीय पल।

उनकी मधुर आवाज़, सरल व्यक्तित्व और अद्भुत प्रतिभा असम के संगीत जगत को निश्चित रूप से और अधिक समृद्ध करेगी।

जय माँ बगलामुखी।

“মা বগলামুখী মন্দিৰৰ পুৰণি বলিশালৰ স্মৃতি” আগতে মা বগলামুখী মন্দিৰৰ বলিকটা ঠাই এই স্থানতেই আছিল। সেই সময়ত বৰ্তমানৰ দৰে ...
16/09/2026

“মা বগলামুখী মন্দিৰৰ পুৰণি বলিশালৰ স্মৃতি”

আগতে মা বগলামুখী মন্দিৰৰ বলিকটা ঠাই এই স্থানতেই আছিল। সেই সময়ত বৰ্তমানৰ দৰে পৃথককৈ কোনো বলিঘৰ নাছিল।
ভক্তসকলে মা’ৰ দৰ্শন আৰু পূজাৰ বাবে যি ঠাইত শাৰী পাতি অপেক্ষা কৰিছিল, সেই একেটা স্থানৰ কাষতেই বলিশাল আছিল। তাতেই তেতিয়াৰ পৰম্পৰা আৰু নিয়ম অনুসৰি বলি সম্পন্ন কৰা হৈছিল।
জয় মা বগলামুখী

“माँ बगलामुखी मंदिर के पुराने बलिशाल की स्मृति”

पहले माँ बगलामुखी मंदिर में बलि देने का स्थान इसी जगह पर था। उस समय वर्तमान की तरह अलग से कोई बलिघर नहीं था।
भक्तजन माँ के दर्शन एवं पूजा के लिए जिस स्थान पर कतार में खड़े होकर अपनी बारी की प्रतीक्षा करते थे, उसी स्थान के समीप बलिशाल भी हुआ करता था। वहीं उस समय की परंपरा और निर्धारित रीति-रिवाज के अनुसार बलि की प्रक्रिया संपन्न होती थी।
जय माँ बगलामुखी।

Sandhya Darshan Haridra Ganesh kiJoy Shree Ganesh
16/09/2026

Sandhya Darshan Haridra Ganesh ki
Joy Shree Ganesh

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Maa Bagalamukhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share