VidSpark

VidSpark Ignite your imagination with VidSpark �
Tech • AI • Creativity • Entertainment • Learning

01/06/2026
🔥🔥🔥🔥🔥🔥🔥🔥
09/01/2026

🔥🔥🔥🔥🔥🔥🔥🔥

29/11/2025

**“সুখবৰ… সুখবৰ!
এইবাৰ পবিত্ৰ কোৰআন শরীফৰ ১৪৫০ বছৰ পূৰ্ণ হ’ব
আগত ৬ ডিচেম্বৰ, শনিবাৰে।

হাদীছত কৈছেঃ
‘যিজনে ভাল খবৰ আৰু ইসলামী বাৰ্তা সকলোলৈ পোহৰাই দিয়ে,
তেওঁও সেই প্ৰচাৰৰ ছওৱাব পাব।’

সেইবাবে—
আমিয়ে এই খুশিৰ খবৰ আপোনালোকলৈ পঠিয়ালোঁ,
এতিয়া আপোনালোকে আপোনাৰ ভাই-ভনী, বন্ধু-বৰ্গক জনাওক।

ভিডিঅ’টো শ্বেয়াৰ কৰিব নাপাহৰিব—
সকলোৰে মুখে এবাৰ ক’ব্ইঃ আলহামদুলিল্লাহ ✨”**

26/11/2025

“‘পলিটিক্স নকৰিবা বন্ধু’—এই গানটো জুবিন দাই কাৰ বাবে গাইছিল?
অখিল গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মাৰ বাবে…
আৰু মুখ্যমন্ত্ৰীয়ে কয়—অখিল গগৈৰ বাবেই।

আপুনি কি ভাবে? কমেণ্টত লিখক।
আৰু ভিডিঅ’টো শ্বেয়াৰ কৰক যাতে সকলোয়ে সঁচাটি জানিব পাৰে।”**

23/11/2025

“অসমত আৰম্ভ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া!
প্ৰপত্ৰ ৬, ৭, ৮ — সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
আপোনাৰ BLO আহিবলৈ সাজু হৈ থাকক, নথিপত্ৰ আগতেই প্রস্তুত ৰাখক।
ভিডিঅ’টো Share কৰক যাতে সকলোয়ে এই তথ্য জানিব পাৰে!”

Address

India/
Guwahati
781136

Alerts

Be the first to know and let us send you an email when VidSpark posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share