TIME 18 AXOM

TIME 18 AXOM নতুন দিশৰ খবৰ

15/12/2025

কৃষক ৰাইজৰ বাবে ভাল খবৰ।
HI RICH SEEDS ৰ অধীনত জলকীয়া বীজৰে খেতি কৰি লাভাম্ভিত বহু কৃষক।
যোগাযোগ কৰক আপোনাৰ নিকটবৰ্তী দোকানত।

27/11/2025

আজি পাপনৰ জন্মদিন।
24/11/2025

আজি পাপনৰ জন্মদিন।

AIUDF অৰ ১১টা গেৰাণ্টী
21/11/2025

AIUDF অৰ ১১টা গেৰাণ্টী

পুত্ৰ জুবিনৰ জন্মদিনত পিতৃৰ চকুত চকুলো
18/11/2025

পুত্ৰ জুবিনৰ জন্মদিনত পিতৃৰ চকুত চকুলো

17/11/2025

উমৰাহ হজ কৰিব গৈ প্ৰাণ হেৰুৱায় ভাৰতৰ কেইবাজনো লোকে। এক কৰুণ ঘটনাই জোঁকাৰি গল সমগ্ৰ বিশ্ব। সোমবাৰে ছৌদি আৰৱত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা।

17/11/2025

মন জুৰোৱা দৃশ্যাৱলী!
বিদ্যালয়ৰ কণমানিহঁতে আন্তৰিকতাৰে কৰা ভাওনা অনুশীলনৰ এনে মুহূৰ্তই আমাক আশ্বস্ত কৰে যে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত হাতত আছে!
পৰম্পৰাৰ ধাৰাবাহিকতা সদায় নৱপ্ৰজন্মই আদৰি লোৱাত নিৰ্ভৰ কৰে, এইক্ষেত্ৰত এনে অনুশীলনেৰে অসম অতি সৌভাগ্যৱান৷ 🙏
মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই share কৰিলে নিজৰ ফেচবুক পেজত।

শীঘ্ৰেই অসম আৰক্ষীত মুকলি হ'ব ৪ হাজাৰ পদমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে ফেচবুক যোগে।     #সৰ্বানন্দসোণোৱাল       ...
16/11/2025

শীঘ্ৰেই অসম আৰক্ষীত মুকলি হ'ব ৪ হাজাৰ পদ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে ফেচবুক যোগে।
#সৰ্বানন্দসোণোৱাল

সংবাদ সেৱাৰ লগত জড়িত সকলোকে শুভেচ্ছা।
16/11/2025

সংবাদ সেৱাৰ লগত জড়িত সকলোকে শুভেচ্ছা।

16/11/2025

▶️ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...
▶️ ‘এওঁলোকে দেশৰ প্ৰতি যি সেৱা আগবঢ়াইছে, সেয়া অতুলনীয়’
#সৰ্বানন্দসোণোৱাল

15/11/2025

🚨বিকাশ অসমক বহিষ্কাৰ কৰিলে বীৰ লাচিত সেনাই
👉 ৫৪গৰাকী সন্দেহজনক সদস্যক সংগঠনৰ পৰা বহিষ্কাৰ
👉 বীৰ লাচিত সেনাৰ প্ৰতিগৰাকী সদস্যক দিয়া হ’ব পৰিচয় পত্ৰ

15/11/2025

👉 ‘কংগ্ৰেছে দাড়িৱালা, টুপীৱালাক বহিব নিদিয়ে মঞ্চত’
👉 ‘ওৱেইচীৰ নিচিনা দলৰ লগত প্ৰতিযোগিতা কৰিব লগা হৈছে কংগ্ৰেছে বিহাৰ,লাজৰ কথা’
👉 ‘নিৰ্বাচনত জয় পৰাজয় থাকেই ‘
👉 ‘কংগ্ৰেছে বিহাৰৰ নিৰ্বাচনৰ পৰা শিক্ষা ল’ব লাগে’
👉 ‘বিজেপিক পৰাস্ত কৰিবলৈ হলে অসমত মহাগটবন্ধন হ’ব লাগিব’
👉 ‘মিঞাৰ নাম লৈ মুখ্যমন্ত্ৰীয়ে ইনচাল্ট কৰি আছে’
👉 ‘মই ‘২৬ৰ নিৰ্বাচন খেলাৰ বাবে মানসিকভাৱে প্ৰস্তুত নহয়’
👉 ‘মোৰ গা ইমান ভাল নহয়’
👉 ‘মই নিৰ্বাচনী প্ৰচাৰৰ ওপৰত গুৰুত্ব দিম’
👉 সংবাদমেল বদৰুদ্দিন আজমলৰ

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when TIME 18 AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share