Khatang Sangbad Asom

Khatang Sangbad Asom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Khatang Sangbad Asom, News & Media Website, House No-7, Basisthapur Bye lane-4. Wireless, Beltola, Guwahati.

12/04/2026

বোকাত ফুলা পদুম হৈ উজ্বলিল হোজাই জিলাৰ কাকীৰ কৃষ্ণকমল, গীতাশ্ৰী , ছয়নিকা

11/04/2026

ৰাজস্থানত বালাজী মহাৰাজ আৰু বাবা খাটু শ্যামৰ আশীষ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

11/04/2026

মেট্ৰিক পৰীক্ষাত উন্নত ফলাফলৰে পুনৰ উজ্বলিল এ কে জাতীয় বিদ্যালয় ছিনিয়ৰ চেকেণ্ডাৰী স্কুল

11/04/2026

এশ শতাংশ উৰ্ত্তীণৰে উজ্জ্বলি উঠিল কলিয়াবৰ ভকুৱামাৰীৰ "All Houque Brain Power Academy"

11/04/2026

হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৰঙিয়াৰ মৰ্ডাণ ইংলিছ স্কুলৰ তিনি গৰাকী ছাত্ৰছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিছে সমগ্ৰ ৰঙিয়াত

11/04/2026

▶মহানগৰীৰ ৰাজপথত দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰীক প্ৰহাৰ
▶ৰাজপথতে কাপোৰ ফালি উদণ্ড যুৱকৰ বীৰত্ব প্ৰৰ্দশন!
▶ছাত্ৰীগৰাকীৰ থাৰ বাহনেৰে সামান্য খুন্দা লাগিছিল এখন স্কুটিত
▶দুৰ্ঘটনাৰ পাছতে গাড়ীখনৰ চালকক হেলমেটেৰে প্ৰহাৰ ২ উদণ্ড যুৱক-যুৱতীৰ

11/04/2026

📌১৭ গৰাকী শিক্ষক শিক্ষয়িত্ৰী, অথচ ফলাফল ‘শূন্য’
📌জুৰীয়াৰ শিঙাৰী হাইস্কুলত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

11/04/2026

এশ শতাংশ উৰ্ত্তীণৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আমবাগান IDEAL ENGLISH ACADEMYয়ে

10/04/2026

📌নগাঁৱৰ ধিংগেটস্থিত ডিউকিয়াৰ চিকিৎসলয়ত সংঘটিত হৈছে এক ভয়ঙ্কৰ কাণ্ড
📌ৰোগীক লৈ হেতালি খেলাৰ অভিযোগ নগাৱৰ ডিউকেয়াৰ নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে
📌শিশু চিকিৎসক অনুজ বৰাৰ ভূল চিকিৎসাৰ বাবে প্ৰা/ণ হেৰুৱাই ভোৰাগাৱৰ বাৰ মহীয়া এটি শিশুৱে

10/04/2026

এজন ডিষ্টিংচন আৰু ৫ জন ষ্টাৰ মাৰ্ক সহ উজ্জলিল কলিয়াবৰ বৰঘূলী জাতীয় বিদ্যালয়

Address

House No-7, Basisthapur Bye Lane-4. Wireless, Beltola
Guwahati
781028

Alerts

Be the first to know and let us send you an email when Khatang Sangbad Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share