The BNS

The BNS BNS is an independent publication offering authoritative opinion and finest Indian reportage.

Committed to truth, depth and clarity, it delivers sharp analysis ground reporting, and thoughtful insight.

05/04/2026

প্ৰকৃত হিতাধিকাৰী কোন? ৰাইজৰ টকা লৈ কোটিপতি হোৱা সকলৰ ওপৰত প্ৰশ্ন |

29/03/2026

খোল খালে আজমলৰ মুখোশ।
নিশ্চিত হ’ল মৌলানা চাহাব বিজেপিৰ B-Team বুলি।

দৰং জিলা তৃণমূল কংগ্ৰেছত বৃহত ক্ষয় |
29/03/2026

দৰং জিলা তৃণমূল কংগ্ৰেছত বৃহত ক্ষয় |

দলগাঁও সমষ্টিত এইবাৰ ৰাজনৈতিক সমীকৰণে নতুন দিশ লৈছে।ৰাইজে কাক কিমান শতাংশ বিচাৰে l
28/03/2026

দলগাঁও সমষ্টিত এইবাৰ ৰাজনৈতিক সমীকৰণে নতুন দিশ লৈছে।
ৰাইজে কাক কিমান শতাংশ বিচাৰে l

28/03/2026

মঙলদৈ প্ৰেছ ক্লাবত National Student's Union Of India ৰ ৰাষ্ট্ৰীয় সভপতি Vinod Jhakar ৰ সংবাধ মেল |

27/03/2026

সংবাদমেলযোগে বদৰুদ্দিন আজলমক সকীয়নি আমছুৰ। সাম্প্রদায়িক মন্তব্য নকৰিবলৈ তীব্ৰ সকীয়নি দিলে আমছুৱে।
| | |

মঙলদৈ সমষ্টিত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিবেশ তীব্ৰ হৈ উঠিছে। ৰাইজে কোনজন প্ৰাৰ্থীক বিধায়ক হিচাপে বিচাৰে, তাক লৈ আল...
27/03/2026

মঙলদৈ সমষ্টিত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিবেশ তীব্ৰ হৈ উঠিছে। ৰাইজে কোনজন প্ৰাৰ্থীক বিধায়ক হিচাপে বিচাৰে, তাক লৈ আলোচনা-বিতৰ্ক চলি আছে। উন্নয়ন, স্থিৰতা আৰু জনসেৱাক অগ্ৰাধিকাৰ দি এইবাৰ ৰাইজে সঠিক সিদ্ধান্ত ল’ব নে নাই, সেয়া সময়েই ক’ব।

দলগাঁও সমষ্টিত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিবেশ তীব্ৰ হৈ উঠিছে। ৰাইজে কোনজন প্ৰাৰ্থীক বিধায়ক হিচাপে বিচাৰে, তাক লৈ আ...
24/03/2026

দলগাঁও সমষ্টিত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিবেশ তীব্ৰ হৈ উঠিছে। ৰাইজে কোনজন প্ৰাৰ্থীক বিধায়ক হিচাপে বিচাৰে, তাক লৈ আলোচনা-বিতৰ্ক চলি আছে। উন্নয়ন, স্থিৰতা আৰু জনসেৱাক অগ্ৰাধিকাৰ দি এইবাৰ ৰাইজে সঠিক সিদ্ধান্ত ল’ব নে নাই, সেয়া সময়েই ক’ব।

24/03/2026

22/03/2026

অনা “অসমীয়া বিদ্বেষী” বুলি কোৱাসকললৈ স্পষ্ট জবাব —
“জানোঁ, বুজোঁ নিৰ্বাচনী সমীকৰণ অন‍্য, কিন্তু সত্য কথা কৈ থাকিমেই।”
— Tridib Bhagabati

Address

Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when The BNS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share