LIVE সংবাদ 24

LIVE সংবাদ 24 ৰাইজৰ আশীর্বাদত ৰাইজৰ কাষত । সম্পুর্ণ সত্য / সুদ্ধ খবৰ সকলোতকৈ আগতীয়াকৈ জানিবলৈ LIVE সংবাদ 24 page টো follow কৰক । ধন্যবাদ।

• আজি কাতি বিহু উপলক্ষে অসমবাসী ৰাইজৰ মংগল আৰু শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। তুলসীৰ তলৰ চাকিগছিয়ে পোহৰাই তোলক ৰাজ্যবাসীৰ আশা...
18/10/2025

• আজি কাতি বিহু উপলক্ষে অসমবাসী ৰাইজৰ মংগল আৰু শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। তুলসীৰ তলৰ চাকিগছিয়ে পোহৰাই তোলক ৰাজ্যবাসীৰ আশা আৰু আকাংক্ষা।"
• "এই কঙালীৰ পৰাই আৰম্ভ হওক আশাৰ ভোগালী। কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা।"

দীপজ্যোতি ডেকা
Live সংবাদ 24
fans Highlights

16/10/2025

15/10/2025

শ্যামকাণু মহন্তক ফাচি দিয়ক ধ্বনিৰে
অসমৰ অসমীয়াৰ হিয়াৰ আমথু জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ ন্যায় বিচাৰি জাগিৰোডত জোৰ সমদল ।

Highlights

14/10/2025

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

02/10/2025

আজি শাৰদীয় দূৰ্গা পুজাৰ দশমী।
বছৰৰ আজিৰ দিনটোতেই দূৰ্গা দেৱীৰ প্ৰতি মূৰ্তি ক নদ,নদী,বিলত বিশৰযন দিয়া হয়।
এইয়া মৰিগাঁও জিলাৰ ডুঙ্গাপাৰাৰ দূৰ্গা পূজা উৎযাপন সমিতিৰ দাৰা আয়োজিত কৰা পূজাৰ দশমী দিনাৰ দৃশ্য।

Highlights

30/09/2025

গেৰুৱা আঞ্চলিক দূৰ্গা পূজা উৎযাপন সমিতিৰ দাৰা আয়োজিত দূৰ্গা পুজাত আজি অষ্টমী দিনা

29/09/2025

গেৰুৱা আঞ্চলিক দূৰ্গা পূজা উৎযাপন সমিতিৰ দাৰা আয়োজিত দূৰ্গা পুজাত আজি সপ্তমী দিনা

29/09/2025

গেৰুৱা আঞ্চলিক দূৰ্গা পূজা উৎযাপন সমিতিৰ দাৰা আয়োজিত দূৰ্গা পুজাত আজি সপ্তমী দিনা হাবি বৰঙাবাৰী নামতি দলৰ নাম পৰিবেশন

Address

Guwarighat
BHURAGAON

Alerts

Be the first to know and let us send you an email when LIVE সংবাদ 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share