18/07/2026
📌 হাজো কলিতাকুছিৰ পৰা এগৰাকী ছাত্ৰ নিৰুদ্দেশ
📌 নিৰুদিষ্ট সাতদলাৰ ছাত্ৰগৰাকী CV RAMAN PUBLIC SCHOOLৰ অষ্টম শ্ৰেণীৰ আখতাৰ হুছেইন
📌 এই পৰ্যন্ত লৈ কোনো সন্ধান লাভ কৰা নাই ছাত্ৰীগৰাকীৰ
📌 কোনো লোকে সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানা অথবা পৰিয়ালৰ লগত 60011-86012, 88223-46870 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে