SD vlogs

SD vlogs ⛹️‍♂️হয় জিকিম, 🏆নহ'লে শিকিম 🎼
Either win🥇or learn. 🎸
Paid Promotion available

20/10/2025

বাঁহীৰ সুৰত মায়াবিনী ৰাতিৰ বুকুত গীতৰ জৰিয়তে জুবিন দালৈ সশ্ৰদ্ধ প্ৰণাম।

18/10/2025

✅হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ এটি ভাইৰেল গীত শুনক।
✅কোনে গাইছে নাজানো কিন্তু যিয়ে গাইছে সুন্দৰ গাইছে।
✅ চেয়াৰ কৰিব🙏

18/10/2025

জুবিন ক্ষেত্ৰ এতিয়া পবিত্ৰ তীৰ্থত পৰিণত হৈছে।

17/10/2025

✅হিয়াৰ আমঠু জুবিন দাৰ কেইটামান সুন্দৰ উক্তি॥ চেয়াৰ কৰিব🙏

07/10/2025

✅এয়াই আমাৰ জুবিন দা যিয়ে সদায় সকলোৰে লগত ধেমালি কৰি আছিল।
✅ জুবিন দা তুমি মহান🙏🙏

Cute ❤️❤️❤️❤️
05/10/2025

Cute ❤️❤️❤️❤️

03/10/2025

ভোৰতাল নৃত‍্য পৰিবেশন।
✅অচ‍্যুত কলাকেন্দ্ৰ, হাজোৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশিত এটি সুন্দৰ অনুষ্ঠান।
✅ সঁচাকৈয়ে গুৰুজনাৰ অমৰ সৃষ্টিবোৰ অতুলনীয়।

03/10/2025

✅সত্ৰীয়া নৃত‍্য ভংগিমাৰে “ৰাম কথা” নাট পৰিবেশন কৰিছে “অচ‍্যুত নৃত‍্য কলাকেন্দ্ৰৰ নৃত‍্যশিল্পীসকলে।
✅ৰামৰ ভাও লৈছে মোৰ ছোৱালী “Mousumi Das” য়ে।
✅ নৃত‍্য পৰিচালনা- Dr. Pankaj Namasudra ছাৰে।

My daughter ❤️❤️❤️
03/10/2025

My daughter ❤️❤️❤️

03/10/2025

✅মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ ভিতৰত অন‍্যতম হ’ল সত্ৰীয়া নৃত‍্য।
✅মোৰ ছোৱালী য়ে শিল্পীসকলৰ লগত এই সত্ৰীয়া নৃত‍্য পৰিবেশন কৰিছে।
✅দশ অৱতাৰটি নৃত‍্যৰ জৰিয়তে চাবচোন।
✅কেনে হৈছে কমেণ্টত জনাব।

02/10/2025

বৰক্ষেত্ৰী চক্ৰ, জয়সাগৰৰ কৃষ্ণগুৰু শাখা সেৱাশ্ৰমখনি চাও আহক

✅ এটি শান্তিৰ পৰিবেশস্থলী। মনোমোহা পৰিবেশ।
02/10/2025

✅ এটি শান্তিৰ পৰিবেশস্থলী। মনোমোহা পৰিবেশ।

Address

Hajo

Alerts

Be the first to know and let us send you an email when SD vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share