Sh ilpa's lifes

Sh ilpa's lifes Hi I'm shilpa enjoy my daughter video -reel my stitching video

সু প্ৰভাত
22/08/2025

সু প্ৰভাত



Good morning 🌅🌅🌅
21/08/2025

Good morning 🌅🌅🌅

পূজাৰ শেষ দিন । আৰু এটা বছৰ অপেক্ষাৰে জয় মা মনসা 🙏🙏🙏
20/08/2025

পূজাৰ শেষ দিন । আৰু এটা বছৰ অপেক্ষাৰে

জয় মা মনসা 🙏🙏🙏

🙏🙏
20/08/2025

🙏🙏

🐍মনসা পূজা 🐍চতুৰ্থ দিন .... মাৰ আশীৰ্বাদ লৈ আহিলোঁ🙏🙏
19/08/2025

🐍মনসা পূজা 🐍

চতুৰ্থ দিন .... মাৰ আশীৰ্বাদ লৈ আহিলোঁ🙏🙏

Good mornigমা দেউতা ❤️❤️❤️
19/08/2025

Good mornig

মা দেউতা ❤️❤️❤️

সৰু থাকোঁতে যে পূজা আহিলে কিমান ফুৰ্তি আছিল। এতিয়া সকলো সলনি হৈ পৰিল ✅✅
18/08/2025

সৰু থাকোঁতে যে পূজা আহিলে কিমান ফুৰ্তি আছিল। এতিয়া সকলো সলনি হৈ পৰিল ✅✅

পূজাৰ গধূলি
17/08/2025

পূজাৰ গধূলি

17/08/2025

মা মনসা পূজা বলি বিধান। বহুত বেছি জাগ্ৰত পূজা । 🙏🙏

৮৩ তম্ গেৰুৱা মা  মনসা পূজা। বছৰ জোৰা অপেক্ষা ৰ  অন্ত  মাৰ।। আশীৰ্বাদ ললোঁ 🙏🙏🙏
17/08/2025

৮৩ তম্
গেৰুৱা মা মনসা পূজা। বছৰ জোৰা অপেক্ষা ৰ অন্ত মাৰ।। আশীৰ্বাদ ললোঁ 🙏🙏🙏

দেউতা ❤️মোৰ সকলোতকৈ প্ৰিয় মানুহ হৈছে দেউতা নিজে যিমান কষ্ট কৰিলে ও আমাক কেতিয়া ও অভাৱ অনুভৱ কৰিব নিদিয়ে।  আৰু আমি ও দ...
16/08/2025

দেউতা ❤️

মোৰ সকলোতকৈ প্ৰিয় মানুহ হৈছে দেউতা নিজে যিমান কষ্ট কৰিলে ও আমাক কেতিয়া ও অভাৱ অনুভৱ কৰিব নিদিয়ে। আৰু আমি ও দেউতাক কষ্ট পোৱা কাম একো কৰা নাই আগলৈ ও নকৰোঁ। যিমান লিখিলে ও দেউতা ৰ কথা শেষ কৰিব নোৱাৰিম।

Good night ❤️

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when Sh ilpa's lifes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share