Bilal Ahmed Mazumdar

Bilal Ahmed Mazumdar • আপোনালোকৰ সহায় আৰু সহযোগীতা আমাৰ বাবে প্ৰেৰণাৰ উৎস।
~ যিকোনো ধৰণৰ বিজ্ঞাপন বা Promotional খা খাবৰৰ বাবে যোগাযোগ নম্বৰ 9957895280 Hojai Assam
(1)

29/10/2025

সকলোৱে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত.....

27/10/2025

First Payment from Facebook 🎉🥰✨

23/10/2025

Football ৰ মহাৰণ! প্ৰস্তুতি সম্পন্ন। কেতিয়া হ'ব উদ্বোধন?

21/10/2025

এটা Facebook Post ত কিমান হেচটেগ ( #) ব্যৱহাৰ কৰিব পৰা যায় ?
(বুজাব পাৰিছো নে নাই # কমেন্ট কৰি জনাব।)

19/10/2025

▪️প্ৰতিদিনে সৃষ্টি হৈছে নতুন নতুন ইতিহাস!
▪️৭৪ কিলোমিটাৰ পথ অতিক্ৰম কৰোতে সময় লাগিল ১৩ ঘন্টা।
▪️৭৪ কিলোমিটাৰ যাত্ৰা পথৰ দুয়োকাষে থিয় হৈ থাকিল হাজাৰ হাজাৰ জুবিন অনুৰাগী।
▪️আদ্যশ্ৰাদ্ধৰ দিনাই হোজাইৰ কাকীত স্থাপন হ'ব জুবিনৰ ১১ফুট উচ্চতাৰ সু-দৃশ্য প্ৰতিমূৰ্তি।

19/10/2025

আহি গ'ল নতুন মেচিন।।

ৰৈ ৰৈ বিনালে চিনেমা খনৰ "সপোন সপোন...'' শীৰ্ষক গীতটো অত্যন্ত আকৰ্ষণীয় হৈছে।  দেশ বিদেশৰ বিভিন্ন আকৰ্ষণীয় লোকেশ্বন গীতট...
18/10/2025

ৰৈ ৰৈ বিনালে চিনেমা খনৰ "সপোন সপোন...'' শীৰ্ষক গীতটো অত্যন্ত আকৰ্ষণীয় হৈছে। দেশ বিদেশৰ বিভিন্ন আকৰ্ষণীয় লোকেশ্বন গীতটিৰ আন এক উল্লেখনীয় দিশ। গীতটোৰ Picturisation আৰু Choreography অতি আকৰ্ষণীয় তথা যথেষ্ট মনোগ্ৰাহী হৈছে। চালে আপোনাৰো হৃদয় চুই যাব।

এয়া আমাৰ জুবিন দাৰ এক সপোনৰ প্ৰজেক্ট। চিনেমা খনক লৈ তেখেতৰ যথেষ্ট সপোন আছিল কিন্তু নিয়তিৰ কি পৰিহাস চিনেমা খন মুক্তিৰ পূৰ্বে তেখেত আমাৰ মাজৰ পৰা আতৰি গ'ল। তেখেতৰ কৰ্মৰাজী আৰু সপোন বোৰ আমিয়েই আগুৱাই লৈ যাব লাগিব।

জয় জুবিন দা........



🎉 Facebook recognized me for starting engaging conversations and producing inspiring content among my audience and peers...
17/10/2025

🎉 Facebook recognized me for starting engaging conversations and producing inspiring content among my audience and peers!

14/10/2025

Special Dipawali Offer. NE Enterprise Doboka. সু খবৰ। দিৱালীৰ বিশেষ অফাৰ।

12/10/2025

তুমি আৰ আমি আৰ কয় দিন ?

10/10/2025

আপোনাৰ সহায়ৰ প্ৰয়োজন ! এজন অসহায় যুৱকৰ বাবে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ।

#

09/10/2025

কবিতা কেমন হ'ল বলতে ভুল বেন না !




Address

Ambari
Hojai
782445

Alerts

Be the first to know and let us send you an email when Bilal Ahmed Mazumdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bilal Ahmed Mazumdar:

Share

Happy Rangali Bihu

সকলো লৈ বিহুৰ শুভকামনা জনালোঁ।।