Salim vlogs

Salim vlogs follow

18/02/2025
18/02/2025
 #শোকবাৰ্তা:উদমাৰী নিবাসী আলহাজ শ্বেখ হজৰত মৌলানা মৰহুম মশ্বৰফ আলী ৰহঃ-ৰ জেষ্ঠ সন্তান; পূব উদমাৰী জামে মছজিদৰ প্ৰাক্তন স...
03/01/2023

#শোকবাৰ্তা:

উদমাৰী নিবাসী আলহাজ শ্বেখ হজৰত মৌলানা মৰহুম মশ্বৰফ আলী ৰহঃ-ৰ জেষ্ঠ সন্তান; পূব উদমাৰী জামে মছজিদৰ প্ৰাক্তন সভাপতি আৰু প্ৰায় 15 বছৰ ধৰি এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ প্ৰধান খাদিম হিচাপে কাম কৰি থকা মোঃ #ফৰিজ_উদ্দিন চাহাবে কালি সন্ধিয়া হঠাতে হাৰ্ট এটেক কৰে আৰু লগে লগে নগাঁও মেট্ৰ' হস্পিটেলত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় যদিও পৰিশেষত আজি ৰাতি ০৩:০০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
মাদ্ৰাছাৰ বৰ্ডিঙৰ বাবে দিবা-ৰাত্ৰি অশেষ মেহনত কৰা ফৰিজ উদ্দিন চাহাব ডবকা, গণিপুৰ, ৰৌৱাৰপাৰ, সদৰগাওঁ, উদমাৰি, যমুনা গাওঁ, আমবাৰী আদি অঞ্চলৰ সকলো মানুহৰ এক পৰিচিত নাম।
বৰ অমায়িক স্বভাৱৰ বিশেষ এই ব্যক্তিজনাৰ বিয়োগত বাৰুকৈয়ে মৰ্মাহত হৈছোঁ।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তুপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
মহান আল্লাহ পাকে তেখেতক জান্নাতুল ফিৰদৌছ নছিব কৰক।
আমিন।।
মৰহুমৰ জানাজৰ নামাজৰ সময়সীমা পৰৱৰ্তী সময়ত জনোৱা হ'ব।🤲😭

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Salim vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share