Live of hojai

Live of hojai কেৱল ৰাইজৰ বাবে উৎসৰ্গিত।।দায়বদ্ধতাৰ প্ৰতিশ্ৰুতি।।

30/06/2025

হোজাই গোলাঘটিয়াবস্তি আহত গছৰ পৰা উদ্ভৱ হোৱা গণেশ প্ৰতিমূৰ্তি।।

24/06/2025

সংখ্যা লঘু সংগ্ৰাম পৰিষদ মুচ্চবিৰে কি কয় সংবাদ মাধ্যমৰ আগত।।

24/06/2025

হোজাই থানা ত কিহৰ বাবে প্ৰতিবাদ।।

22/06/2025

➡️ডবকাৰ যমুনা হোটেলত আৰক্ষীৰ অভিযান ।

➡️আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গো মাংস জব্দ।।

22/06/2025

➡️হোজাইত সংঘটিত হৈছে নাবালিকা নিৰুদ্দেশৰ ঘটনা।

➡️অৱশেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপে নিৰুদ্দেশ হোৱা নাবালিকাৰ পৰিয়ালে। কোনো সদাশয় লোকে নাবালিকা গৰাকীৰ সম্ভেদ পালে 8822439941 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

21/06/2025

➡️হোজাই সংঘটিত হৈছে ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা।।

➡️ এগৰাকী যুৱতীক কৌশলেৰে মাতি নি নিজৰ চৰকাৰী আবাসত ধৰ্ষণ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে।

17/06/2025

হোজাই ত অগ্নিকাণ্ড
হোজাই HILS WINE SHOP ত এই অগ্নিকাণ্ড।।

16/06/2025

➡️মানুহ হলে বুজিলে হয় জীৱ জন্তক কোনে বুজিব ।মাতৃ অবিহনে দুদিন কৈ দিগ বিদিক হেৰুৱাইছে এটি কণমানি হাতীৰ পোৱালীয়ে।।ফুৰিছে ৰাজ পথত অনাই বনায়।।
দৃশ্য হোজাই ৰ।।

15/06/2025

বিছিন্ন হাতীৰ পোৱালি হোজাই।।

15/06/2025

NO HELMET
NO FUEL

13/06/2025

হোজাই পূৱ ধনীৰাম পথাৰৰ বৰ বস্তিত ভূমি সংক্ৰান্তীয় বিবাদ

অস্ত্ৰ ৰে আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ

13/06/2025

➡️হোজাই ত কোনে চলাইছে এগৰাকী মহিলাক নিৰ্যাতন।।

➡️কি কলে হোজাই জিলা মহিলা কল্যান সমিতিৰ সভানেত্রীয়ে।।

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Live of hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share