01/07/2025
➡️হোজাই আইভেটিত চুৰি কাণ্ডৰ ঘটনা
➡️ নিৰেন বৰা লোকজনে পৰিয়াল সহ উলাই গৈছিল বজাৰলৈ তাৰে সুযোগ ললে চোৰে।।
➡️কোনো নথকাৰ সুযোগ বুজি চিপৰাং বা দা সহায়ত গৃহস্থী ঘৰ খনৰ তিনিটাকৈ আলমাৰী ৰ নগদ ২৫হাজাৰ টকা তাৰোপৰি লুটি গৃহস্থী ঘৰ খনৰ সকলো সোণ ৰূপৰ সামগ্ৰী।।
➡️লুটি নিয়া সোণৰ মূল্য প্ৰায় ৫০ লাখ ৬০লাখ মূল্যৰ বুলি জানিব পৰা গৈছে।।
➡️ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিতি হৈ আৰম্ভ কৰিছে তদন্ত