Sirajul islam officel difference

Sirajul islam officel difference নমস্কার,
ভালো থাকুন, সুস্থ থাকুন, পরিবার ও নিজের খেয়াল রাখুন, আর একে অপরকে সাপোর্ট করেনl
ধন্যবাদ
(2)

09/06/2026

Bihari go back
কোনে বনালে গান সেই মানিব লাগিব কিন্তু

09/06/2026

পুনৰ চৰ্চিত এজন বিহাৰী! এইবাৰ ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি ছিকিমত ৰাইজৰ ৰোষত এজন বিহাৰী, দিলে শিক্ষা!
সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিঅ

09/06/2026

ভাৰতৰ জাহাজত আক্ৰমণ আমেৰিকা


09/06/2026

teacher and godi media ke sath hoga divide

“বাবাই কৰিলে লীলা, আনেই কৰিলে ধৰি বান্ধি কিলা!”এজন নহয়, দুজন নহয়— এটাৰ পিছত এটা তথাকথিত বাবা, মহন্ত আৰু কথাবাচকৰ নাম ধ...
09/06/2026

“বাবাই কৰিলে লীলা, আনেই কৰিলে ধৰি বান্ধি কিলা!”
এজন নহয়, দুজন নহয়— এটাৰ পিছত এটা তথাকথিত বাবা, মহন্ত আৰু কথাবাচকৰ নাম ধৰ্ষণ, যৌন নিৰ্যাতন আৰু মহিলাৰ ওপৰত অত্যাচাৰৰ অভিযোগত সন্মুখলৈ আহিছে। এনে ঘটনা দেখি প্ৰশ্ন উত্থাপন হয়— বাবাসকলে আজিকালি ধৰ্ষণ কৰাৰ প্ৰতিযোগিতাত নামিছে?
ধৰ্মৰ নামত, আধ্যাত্মিকতাৰ মুখা পিন্ধি আৰু ভক্তিৰ আৱেগক ব্যৱহাৰ কৰি যদি কোনোবাই মহিলাৰ সন্মান লুণ্ঠন কৰে, তেন্তে তেনে লোকক সমাজে চিনাক্ত কৰি আইনৰ সন্মুখত অনাটো অতি প্ৰয়োজন। সাধুৰ বেশ পিন্ধিলেই কোনো অপৰাধী পবিত্ৰ হৈ নাযায়।
সাৱধান হওক, সচেতন হওক। নিজৰ ঘৰৰ বোৱাৰী, জীয়ৰী, ভগ্নী আৰু মহিলাসকলক ভণ্ড আৰু পাখণ্ডী বাবাসকলৰ পৰা দূৰত ৰাখক। ধৰ্মৰ নামত অন্ধ বিশ্বাস নহয়, বিবেক আৰু সচেতনতাই হ'ব লাগে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা।






09/06/2026

सही या गलत


09/06/2026

মিঞা শব্দটো ব্যৱহাৰ নহ'লে পেটত ভাত নায়াই


09/06/2026

পত্নীৰ ওপৰত চকু ৰাখিবলৈ চেণ্ডেলত লগালে GPS!
পাটনাত স্বামীয়ে পত্নীক প্ৰেমিকৰ সৈতে হাতে-লোটে ধৰা পেলালে এক অভিনৱ পদ্ধতিৰে।
প্ৰযুক্তিৰ ব্যৱহাৰে উন্মোচন কৰিলে গোপন প্ৰেমৰ কাহিনী।"

08/06/2026

আসল চেহারা দেখুন! (সবচেয়ে বেশি আকর্ষণীয় এবং ক্লিক পাওয়ার সম্ভাবনা যুক্ত)

08/06/2026

বাবরি মসজিদ নিয়ে কি বললেন এই হিন্দু সাধুবাবা


Address

Nutun Bazzar
Hojai
782446

Alerts

Be the first to know and let us send you an email when Sirajul islam officel difference posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sirajul islam officel difference:

Share