NILBAGAN LIVE

NILBAGAN LIVE প্ৰতিটো বাতৰি শুদ্ধ ৰূপত আৰু প্ৰকৃত সত্যতাৰে উপস্থাপন কৰিব NILBAGAN LIVEয়ে। বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 9101075665
(2)

16/09/2025

LIVE FROM RTU HOJAO

16/09/2025
12/09/2025

🚨 নিশা হোজাইৰ আজমল কলেজত চাঞ্চল্যকৰ ঘটনা
👉 ছাত্ৰী নিৱাসত হাত-ভৰি বান্ধি এগৰাকী ছাত্ৰীক নি*ৰ্যাতন
👉 নিদ্ৰাৰত অৱস্থাত পিন্ধা কাপোৰ, চুলি কাটি দিয়ে ছাত্ৰীগৰাকীৰ
👉 একেটা কোঠাত আছিল আন দুগৰাকী ছাত্ৰী
👉 হোজাইৰ বিষ্ণুপল্লীৰ ফাইজোল কমপ্লেক্সৰ তৃতীয় মহলাত এই ঘটনা
👉 পিতৃয়ে হোজাই আৰক্ষীক দাখিল কৰিছে এজাহাৰ

09/09/2025

জন্ম চাৰ্টিফিকেট কেনেদৰে আবেদন কৰিব চাওঁক সম্পূৰ্ণ প্ৰতিবাদ

নীলবাগান "সদৰ গাওঁৰ"সু-সন্তান বাশকান্দি হুজুৰ (ৰ:)প্ৰিয় ভাজন বিশিষ্ট ইছলামিক পণ্ডিত পীৰে কামিল জামিয়া অসম দাৰুল হাদিছ ...
06/09/2025

নীলবাগান "সদৰ গাওঁৰ"সু-সন্তান বাশকান্দি হুজুৰ (ৰ:)প্ৰিয় ভাজন বিশিষ্ট ইছলামিক পণ্ডিত পীৰে কামিল জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ হাদিছ বিভাগৰ (শ্বেখুল হাদিছ)বৰ্ষিয়ান আলিমে দ্বীন, হোজাই জিলা জমিয়ত উলামা-ই হিন্দৰ সন্মানীয় সভাপতি আলহাজ হজৰত মৌলানা মুফতি মহাম্মদ আলী চাহাবৰ যোৱা নিশা গুৱাহাটীৰ চিকিৎসালয়ত ইন্তেকাল হয়। ইন্না লিল্লাহি উৱা ইন্না ইলাইহি ৰাজিউন।হজৰতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভিৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

মৰহুমৰ জানাজাৰ নামাজ ২.৩০ বজাত নীলবাগান খেল পথাৰত আদায় কৰা হ'ব।

জয়নগৰ মাদ্ৰাছাৰ জাননী, এটা শ্বেয়াৰ কৰি দিয়ক।
03/09/2025

জয়নগৰ মাদ্ৰাছাৰ জাননী, এটা শ্বেয়াৰ কৰি দিয়ক।

31/08/2025

হোজাই মৰিয়ম আজমল Women's কলেজত অঘটন।

31/08/2025

বিন্নাকান্দিৰ চাৰিং পথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বামী গেপ্তাৰ

31/08/2025

কথামতেই কাম চৌধুৰী বজাৰ জিলা পৰিষদৰ পিতৃ শ্বাহাব উদ্দিন মজুমদাৰৰ।

Address

Hojai

Telephone

+917576033040

Website

Alerts

Be the first to know and let us send you an email when NILBAGAN LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share