Nilbagan Live

Nilbagan Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nilbagan Live, Media/News Company, Hojai.

28/08/2025

হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ বিষয়ে কি ক'লে এগৰাকী বৃদ্ধ লোকে।

28/08/2025

মিঞাকলৈ গান গাই ভাইৰেল কণমানি

কম্পাৰ্টমেন্টেলত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে নীলবাগান জাতীয় বিদ্যালয়ে লৈ আহিছে এটি ভাল খবৰ। মাত্ৰ ১৫ খন  আসন ...
16/06/2025

কম্পাৰ্টমেন্টেলত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে নীলবাগান জাতীয় বিদ্যালয়ে লৈ আহিছে এটি ভাল খবৰ। মাত্ৰ ১৫ খন আসন খালি আছে বিদ্যালয়ৰ খনত ।শীঘ্ৰেই যোগাযোগ কৰি নামভৰ্তি কৰক।

09/06/2025
08/06/2025

হোজাই চহৰত এয়া কি চলি আছে ৷

05/06/2025

লণ্ডনৰ পৰা হাফিজ ইলিয়াছ হুছেইন আনছাৰীয়ে জিলহজ্জ মাহৰ বিষয়ে কি ক'লে

05/06/2025

ধুবুৰী বাসীক চৰম অপমান কৰিলে সাংসদ ৰকিবুল হুছেইনে।

04/06/2025

ৰাতি এগৰাকী মহিলাৰ ঘৰত অবৈধ কৰ্ম স্থাপন কৰিবলৈ গৈ ব্যক্তিজন, তাৰ পিছত কাহিনী এয়া.......

এটা শ্বেয়াৰ কৰি নথি-পত্ৰত সমূহ খিনি পোৱাত সহায় কৰক।মই আবুল কালাম আজাদ মোৰ ছোৱালীৰ নাম নাদিয়া চুলতানা। মোৰ ছোৱালীক লৈ ...
04/06/2025

এটা শ্বেয়াৰ কৰি নথি-পত্ৰত সমূহ খিনি পোৱাত সহায় কৰক।

মই আবুল কালাম আজাদ মোৰ ছোৱালীৰ নাম নাদিয়া চুলতানা। মোৰ ছোৱালীক লৈ নীলবাগান পৰা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ সকলো মূল (Original) নথি-পত্ৰ সমূহ ৰাস্তাত হেৰাই যায়। অহাকলি অৰ্থাৎ ৫ জুন তাৰিখে নামভৰ্তি কৰাৰ অন্তিম তাৰিখ। যদি কোনো সদাসয় ব্যক্তিয়ে নথি-পত্ৰ সমূহ পায় তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ। যোগাযোগ নম্বৰ হৈছে 90852 39799/+918876752526

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Nilbagan Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share