Sun of Era

Sun of Era 𝗝𝗼𝗶𝗻 𝘂𝘀 𝗼𝗻 𝘁𝗵𝗶𝘀 𝗷𝗼𝘂𝗿𝗻𝗲𝘆 𝗼𝗳 𝗲𝗻𝗹𝗶𝗴𝗵𝘁𝗲𝗻𝗺𝗲𝗻𝘁 𝗮𝗻𝗱 𝗳𝗮𝗶𝘁𝗵,𝘀𝘂𝗯𝘀𝗰𝗿𝗶𝗯𝗲 𝗳𝗼𝗿 𝗿𝗲𝗴𝘂𝗹𝗮𝗿 𝗰𝗼𝗻𝘁𝗲𝗻𝘁 𝘁𝗵𝗮𝘁 𝗻𝘂𝗿𝘁𝘂𝗿𝗲𝘀 𝘆𝗼𝘂𝗿 𝘀𝗼𝘂𝗹 𝗮𝗻𝗱 𝗯𝗿𝗼𝗮𝗱𝗲𝗻𝘀 𝘆𝗼𝘂𝗿 𝘂𝗻𝗱𝗲𝗿𝘀𝘁𝗮𝗻𝗱𝗶𝗻𝗴.

মুজাহিদুৰ ৰহমানৰ কৃতিত্বত গৌৰৱান্বিত আজমল ফাউণ্ডেচন।বৰপেটা জিলাৰ কয়াকুছিৰ ছাজাহান আলীৰ মেধাৱী পুত্ৰ মুজাহিদুৰ ৰহমানৰ ফল...
02/07/2025

মুজাহিদুৰ ৰহমানৰ কৃতিত্বত গৌৰৱান্বিত আজমল ফাউণ্ডেচন।

বৰপেটা জিলাৰ কয়াকুছিৰ ছাজাহান আলীৰ মেধাৱী পুত্ৰ মুজাহিদুৰ ৰহমানৰ ফলাফলে আমাক মহিমান্বিত কৰি তুলিছে। পিতৃয়ে পাণ দোকান দিছিল,যাৰ পৰিপ্ৰেক্ষিতত মুজাহিদুৰ ৰহমানক আজমল ছুপাৰ ৪০ৰ পৰা দুবছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ সুযোগ দিয়া হৈছিল৷ আজমল ছুপাৰ ৪০ৰ শিক্ষক মণ্ডলীৰ যৎপৰোনাস্তি চেষ্টা আৰু মুজাহিদুৰ ৰহমানৰ একাগ্ৰতাৰ ফলত নীট পৰীক্ষাত তেওঁ ৫২০ নম্বৰ লাভ কৰি আমাক গর্বিত কৰি তোলে৷ মুজাহিদুৰ ৰহমানৰ কৃতিত্ব আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয় কাৰণ এইবাৰৰ নীট পৰীক্ষা যথেষ্ট কঠিন হোৱাৰ বিপৰীতে আজমল ছুপাৰ ৪০ত অধ্যয়ন কৰা সময়তে তেওঁৰ পিতৃ-মাতৃ ভয়ংকৰ বাবে দূৰ্ঘটনাগ্ৰস্ত হয় আৰু পিতৃয়ে মৃত্যুৰ লগত যুঁজ দি অতিকৈ কৰুণ বাবে শয্যাশায়ী অৱস্থাত আছে।এনে জটিল সময়ছোৱাত নীট পৰীক্ষাৰ দৰে কঠিনতম পৰীক্ষাত অৱতীৰ্ণ হৈ ৫২০ নম্বৰ লাভ কৰিব পাৰিছে সেয়া আন আন ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণামূলক।

আগন্তুক দিনত মুজাহিদুৰ ৰহমানৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব আজমল ফাউণ্ডেচনৰ গ্ৰহণ কৰিব৷ আশা কৰোঁ মুজাহিদুৰ ৰহমান এগৰাকী সু-চিকিৎসক হওঁক৷ মুজাহিদুৰ ৰহমানক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

আজি আজমল ফাউণ্ডেচনৰ মূখ্য কাৰ্যালয়ত সঞ্চালক ড° খচৰুল ইছলাম আৰু আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে মুজাহিদুৰ ৰহমানৰ লগতে তেওঁৰ মাতৃক গামোচা জাপিৰে উষ্ম সম্বৰ্ধনা জনায়।

https://youtu.be/_DtRffSZDyo?si=giixGXJGE3vumIZx
22/05/2025

https://youtu.be/_DtRffSZDyo?si=giixGXJGE3vumIZx

Launching of Special IAS & APSC Preparation Program in Ajmal IAS Academy, Hojaiঅসমৰ ছাত্ৰ-ছাত্ৰীক চিভিল চাৰ্ভিচ পৰীক্ষাত সফল কৰিবলৈ আজমল ফাউণ্ডেচনে লৈছে এটি...

Address

Hojai

Alerts

Be the first to know and let us send you an email when Sun of Era posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share