Changmaji vlog

Changmaji vlog changmaji ❤️❤️

24/11/2024
20/11/2024

কাবাডী কাবাডী কাবাডী
শ্ৰদ্ধাভাজন কাবাডী প্ৰেমী ৰাইজ।
আজি নিশা ৬য় বজাৰ লগে লগে,
চাংমাজি partners clubৰ সৌয্যন্যত চলি থকা, p rice money knockout Tournamentৰ আজি সপ্তমখন নিশাৰ দুখন খেল অনুষ্ঠিত হব ।
তাৰে প্ৰথমখন খেলত প্ৰতিদ্বন্দিতা কৰিব R R ROYAL CLUB বনাম CHANGMAJI RAJDHANI ক্লাব
আৰু দ্বিতীয় খন খেলত প্ৰতিদ্বন্দিতা কৰিব - AMBARI AHADUL BHAI BHAI CLUBবনাম CHANGMAJI LIVE TIGER CLUB।CHANGMAJI LIVE TIGER CLUB ৰ হৈ খেলিব অসমৰ চুকে কুনে আলোৰন সৃষ্টি কৰা MR TIGER নামৰ খেলোৱেই জনে
খেল পথাৰৰ সহয্যৰ্তে বৰঙণি হিচাপে প্ৰতিজন দৰ্শকৰ পৰা লোৱা হব কেৱল মাত্ৰ ৩০ টকা।
গতিকে উক্ত আকৰ্ষণীয় কাবাডী খেল উপভোগ কৰিবলৈ সমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিত একান্ত বাবে কামনা কৰা হল ।
ধন্যবাদেৰে CHANGMAJHI PATNARS CLUB,

24/08/2024

চাংমাজিত পাটনাছ ক্লেৱ আৰু ৰাজধানী ক্লেৱৰ সৌজন্যত স্মাৰ্ট মিটাৰ আৰু নৰী নিৰ্যতনক লৈ প্ৰতিবাদ

Follow me
08/02/2024

Follow me

Address

Hojai
7896817787

Telephone

+917099957345

Website

Alerts

Be the first to know and let us send you an email when Changmaji vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Changmaji vlog:

Share