Khobor Khatang

Khobor Khatang মচলাযুক্ত বাতৰিৰ বিপৰীতে শুদ্ধ আৰু নিকা বাতৰি সম্প্ৰচাৰত দায়বদ্ধ Khobor Khatang

🛑 ডবকা আৰক্ষীৰ বৃহত সফলতা🛑 জুৱাৰীৰ বিৰুদ্ধে নহাৰ গাওঁ শ্বফিকুল ইছলামৰ ঘৰত অভিযান🛑 অভিযানত জুৱা খেলৰ সামগ্ৰী,বৃহত পৰিমানৰ...
24/08/2026

🛑 ডবকা আৰক্ষীৰ বৃহত সফলতা
🛑 জুৱাৰীৰ বিৰুদ্ধে নহাৰ গাওঁ শ্বফিকুল ইছলামৰ ঘৰত অভিযান
🛑 অভিযানত জুৱা খেলৰ সামগ্ৰী,বৃহত পৰিমানৰ ধনসহ আটক 7 জন কৈ লোক৷

📌 দৈনন্দিন বাৰ্তা, DB News ৰ মোৰাঝাৰৰ সাংবাদিক নুৰ আহমেদলৈ “যুৱ সাংবাদিক প্ৰেৰণা  সন্মান ২০২৬”  বঁটা প্ৰদান কৰা হয়। 📌 “...
23/08/2026

📌 দৈনন্দিন বাৰ্তা, DB News ৰ মোৰাঝাৰৰ সাংবাদিক নুৰ আহমেদলৈ “যুৱ সাংবাদিক প্ৰেৰণা সন্মান ২০২৬” বঁটা প্ৰদান কৰা হয়।

📌 “শব্দৰ জোনাকত কবিতাৰ খেলা, অসম”ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত প্ৰধান কৰে এই সন্মান।

👉 বন্ধু নুৰ আহমেদে লাভ কৰা এই সন্মানত অত্যন্ত উৎফুল্লিত হৈছোঁ। আশাকৰোঁ পূৰ্বতকৈ আৰু অধিক দায়িত্বৰে বন্ধু নুৰ আহমেদে নিৰপেক্ষ, সততাৰে সাংবাদিকতাৰ দায়িত্ব পালন কৰি যাব।

🛑হোজাই জিলা শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।🛑শিক্ষা বিভাগৰ এক নিৰ্দেশ অনুসৰি বৰবালি ক্লাষ্টাৰৰ CRCC গিয়াচ উদ্দিনক ত...
20/08/2026

🛑হোজাই জিলা শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
🛑শিক্ষা বিভাগৰ এক নিৰ্দেশ অনুসৰি বৰবালি ক্লাষ্টাৰৰ CRCC গিয়াচ উদ্দিনক তাৎক্ষণিকভাৱে CRCCৰ দায়িত্বৰ পৰা অব্যাহতি।
🛑তেওঁৰ স্থানত অকচেক বৰবালি ক্লাষ্টাৰৰ CRCC উত্তম কুমাৰক অতিৰিক্তভাৱে দায়িত্ব প্ৰদান ।
🛑 অৱশ্যে বিতৰ্কিত শিক্ষক গিয়াচ উদ্দিনে পূৰ্বৰ দৰেই নুৰনগৰ এল পি স্কুলত নিয়মীয়াকৈ পাঠদান দিয়াৰ নিৰ্দেশ ।

19/08/2026

🛑কঠিন পৰিশ্ৰম আৰু একাগ্ৰতাৰে সফলতাৰ নতুন ইতিহাস ৰচনা কৰিলে হোজাইৰ তিনি যুৱকে।
🛑আন্তঃৰাষ্ট্ৰীয় কাৰাটে কাটাত ৰূপৰ পদক লাভ কৰিছে তিনি যুৱকে।
🛑কাটাত ৰূপ আৰু কুমিতেত ব্ৰঞ্জৰ পদক জয় কৰাৰ খবৰ পোৱা গৈছে।

08/08/2026



13/06/2026

Address

Hojai
782439

Website

Alerts

Be the first to know and let us send you an email when Khobor Khatang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khobor Khatang:

Shortcuts

Share