Laskar Pather AAMSU

  • Home
  • Laskar Pather AAMSU

Laskar Pather AAMSU সদায় ৰাইজৰ কাষত

24/06/2023
আমাৰ সমাজ খন কোন দিশে গতি কৰিছে। কি মানসিকতা চাওঁক এই সকলৰ, এজনী শিশুক শাৰীৰিক নিৰ্যাতন চলাই সামাজিক মাধ্যমত এৰি ভিডিঅ' ...
22/06/2023

আমাৰ সমাজ খন কোন দিশে গতি কৰিছে। কি মানসিকতা চাওঁক এই সকলৰ, এজনী শিশুক শাৰীৰিক নিৰ্যাতন চলাই সামাজিক মাধ্যমত এৰি ভিডিঅ' এৰি দিছে। শুনিবলৈ পোৱা মতে ঘটনাটো হোজাইত সংঘটিত হৈছে।

আমছু হোজাই জিলা সমিতিৰ ফালৰপৰা এই শিশু নিৰ্যাতন ৰ বিৰুদ্ধে ডবকা থানত এজাহাৰ দাখিল কৰা হৈছে।

AAMSU HOJAI District

04/02/2023
02/02/2023

বাল্য বিবাহৰ বিৰুদ্ধে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে অভিযান চলাই আমছুৱে বিগত ৪-৫ বছৰত অসমৰ ভিন্ন প্ৰান্তত প্ৰায় ৩৫০০ বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে। সেই সময়ত আমছুৰ এই কাৰ্যক ভাল নোপোৱা এই ৩৫০০ পৰিয়ালে আজি হয়তো অনুভৱ কৰিব আমছুৰ বিৰোধিতাৰ বাবে কিমান ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিছে।

জিলা মৰ্যদাৰ পৰা হোজাই জিলাক কৰ্তন কৰা কেবিনেটৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। ইয়াৰ দ্বাৰা জিলাবাসীক অসন্মান কৰাৰ পৰিবৰ্তে...
31/12/2022

জিলা মৰ্যদাৰ পৰা হোজাই জিলাক কৰ্তন কৰা কেবিনেটৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। ইয়াৰ দ্বাৰা জিলাবাসীক অসন্মান কৰাৰ পৰিবৰ্তে জিলা ঘোষণাৰ পিছৰে পৰা বাকী থকা সকলো ধৰণৰ সা-সুবিধাৰে এখন পুৰ্নাংগ জিলা গঠন কৰিবলৈ দাবী জনালোঁ।

কবিৰ আহমেদ লস্কৰ
সভাপতি,হোজাই জিলা আমছু
তাং:- ৩১-১২-২০২২

15/12/2022
উচ্ছেদিত সকলৰ বাবে চিকিৎসা শিবিৰঃআজি ইং ২৬/১১/২২তাৰিখে হোজাই জিলা আমছু'ৰ উদ্যোগত লামডিং সংৰক্ষিত বনাঞ্চলৰ নখুটি জাঞ্জুৰ ...
26/11/2022

উচ্ছেদিত সকলৰ বাবে চিকিৎসা শিবিৰঃ
আজি ইং ২৬/১১/২২তাৰিখে হোজাই জিলা আমছু'ৰ উদ্যোগত লামডিং সংৰক্ষিত বনাঞ্চলৰ নখুটি জাঞ্জুৰ উচ্ছেদিত সকলৰ বাবে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

উচ্ছেদিত শিবিৰৰ শিশু, মহিলা, বৃদ্ধ সকলক প্ৰয়োজনীয় ঔষধৰ যোগান ধৰা হয়।

Address

Laskar Pather, Lanka

782446

Telephone

+917002455886

Website

Alerts

Be the first to know and let us send you an email when Laskar Pather AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share