CBZ 365

CBZ 365 আপোনাৰ বাতৰিৰ বাবে যোগাযোগ কৰকঃ8822879624

গাড়িখন বিক্ৰী কৰা হ'ব। গাড়িখনৰ বিষয়ে অধিক তথ্য, মূল্য আৰু অন্যান্য সবিশেষ জানিবলৈ আগ্ৰহী গ্ৰাহকে আমাৰ সৈতে যোগাযোগ কৰ...
22/08/2026

গাড়িখন বিক্ৰী কৰা হ'ব। গাড়িখনৰ বিষয়ে অধিক তথ্য, মূল্য আৰু অন্যান্য সবিশেষ জানিবলৈ আগ্ৰহী গ্ৰাহকে আমাৰ সৈতে যোগাযোগ কৰক। গাড়ীখনৰ মডেল 2013-/price(1 lakh) phn.8822879624

22/08/2026

চৌধুৰী বজাৰ কাকী ৰোডত নতুনকৈ মুকলি কৰা হৈছে বদৰুল টেইলাৰিং হাউচ নামৰ এখন কাপোৰৰ দোকান। 👕✨

ইয়াত পাব আপোনাৰ পছন্দৰ বিভিন্ন ধৰণৰ কাপোৰ। পছন্দৰ ডিজাইন আৰু কাপোৰৰ সৈতে আপোনাৰ প্ৰয়োজন অনুসৰি বজাৰ কৰক।

📍 স্থান: চৌধুৰী বজাৰ, কাকী ৰোড
আহক, এবাৰ বদৰুল টেইলাৰিং হাউচলৈ আৰু আপোনাৰ পছন্দৰ কাপোৰ লৈ যাওক।

21/08/2026

জিলা আয়ুক্তৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ পিছতে বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে। আলোচনাৰ সময়ত অঞ্চলটোৰ বিভিন্ন সমস্যা, জনসাধাৰণৰ অসুবিধা আৰু প্ৰয়োজনীয় পদক্ষেপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি শীঘ্ৰে সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

21/08/2026

নগাঁও উপ-নিৰ্বাচনক লৈ নতুন সমিকৰণ। নগাঁও উপ-নিৰ্বাচনত AIUDF দলৰ পৰা টিকটৰ দাবী কৰিছে নগাঁওৰ আনৱাৰ হুছেইনে।

20/08/2026

জীৱনত বহু কোৰআন তিলাৱত শুনিছে, কিন্তু আজি এই যুৱতীগৰাকীৰ কণ্ঠত এবাৰ শুনক—নিশ্চয়েই হৃদয় চুই যাব। 🤲❤️

19/08/2026

হোজাই ডবকাৰ প্ৰেম কাহিনী

18/08/2026

আজিৰ বাম্পাৰ অফাৰ
চৌধুৰী বজাৰৰ AFRIN FAMILY RESTAURANTত গ্ৰাহকৰ বাবে বিশেষ বাম্পাৰ অফাৰ! ইমানেই নহয়—গ্ৰাহকসকলক ৰেহাই মূল্যত খাবলৈ দিয়াৰ বিশেষ ব্যৱস্থা কৰিছে AFRIN FAMILY RESTAURANT-এ।📞 যোগাযোগ: 6003469451

Mashallah Beautiful Masjid ❤️
15/08/2026

Mashallah Beautiful Masjid ❤️

14/08/2026

চৌদি আৰৱত মৃত্যু হোৱা জাবেদৰ জানাজাৰ নামাজত হেজাৰ হেজাৰ মানুহে অংশগ্ৰহণ কৰে-🥹🤲 সকলোৱে আমিন লিখি যাৱ...?

14/08/2026

হেজাৰ হেজাৰ মানুহ বিৰ জাবেদ আহমদৰ জানাজাত

Address

Chowdhury Bazar
Hojai
782439

Website

Alerts

Be the first to know and let us send you an email when CBZ 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share