Khobor Hojai

Khobor Hojai Official page of Khobor Hojai
Keep watching & stay ahead!

05/09/2026

সোনাপুৰত পুনৰ নৈশ বাছ দূৰ্ঘটনা।





05/09/2026

হোজাই জিলাৰ কাকীৰ দুগৰাকী শিক্ষকক হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা হয় কৃতি শিক্ষক বটা।

05/09/2026

হোজাই জিলাৰ থানাই থানাই আটক ঠগ প্ৰবঞ্চক। হোজাই জিলাখনৰ মুঠ ১৬জন ঠগ প্ৰৱঞ্চনা কৰা অভিযোগত আটক।





05/09/2026

হোজাই জিলা প্ৰশাসনৰ উদ্যোগত জিলাভিত্তিক শিক্ষক দিৱস উদযাপন।

শোকাবাৰ্তা!
05/09/2026

শোকাবাৰ্তা!




05/09/2026

ডবকাত প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। ৬ প্ৰৱঞ্চকক আটক ডবকা আৰক্ষীৰ।





হোজাই জিলাত ঠগ প্ৰৱঞ্চক আৰু দালালৰ বিৰুদ্ধে অভিযান।
05/09/2026

হোজাই জিলাত ঠগ প্ৰৱঞ্চক আৰু দালালৰ বিৰুদ্ধে অভিযান।





05/09/2026

জিলা শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত সঞ্জয় দত্তৰ মন্তব্য

05/09/2026

হোজাই জিলাৰ কাকী খ্ৰীং খ্ৰীং প্ৰথমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন।

05/09/2026

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ একচন। প্রায় ৩০০ প্ৰৱঞ্চকক আটক কৰিছে অসম আৰক্ষীৰ দলে।





Address

Hojai

Telephone

+918638459277

Website

Alerts

Be the first to know and let us send you an email when Khobor Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khobor Hojai:

Shortcuts

Share