02/09/2023
"জীৱন জীয়নীয়াই ৰাস্তাৰ শিল"
জীৱন জীয়নীয়াই ৰাস্তাৰ শিল!
ধূলি মাটিৰ লগত মোৰ অন্নন্তৰ মিল !!
মই খুৰো মুৰো আকাৰত
মই প্ৰকাণ্ড পাহাৰত
মই নদীৰ পাৰে পাৰে
মই হিমালয়ৰ যথা ধাৰে
মই তোমাৰ গৰৰ আঁৰত
মই তোমাৰ কোৱাৰ পাৰত
মই তোমাৰ মাজত থকা ৰাস্তাৰ শিল!
মইয়ে তোমাৰ চেং গুটি
মই আম পাৰৰ তোমাৰ শিল গুটি
মইয়ে তোমাক আঘাত দিয়া
মইয়ে বৰষূণৰ বতৰত বোকাৰ পৰা বচাই নিয়া
মই হো বিভিন্ন আকাৰৰ ৰাস্তাৰ শিল
ভৰিৰ ঘুসকট ভাঙি যাওঁ
ধুলিত কণাত মিলি যাওঁ
উৰি যাওঁ আকাশত মিলি যাওঁ বতাহত
সকলোৰে মাজত মই ৰাস্তাৰ শিল!!
ভৰিৰ খোজে খোজে
মতৰৰ পিছে পিছে
বতাহত উৰি যাওঁ
বায়ুমণ্ডলত মিলিযাওঁ
নাইকীয়া হৈ জাম সংস্কাৰৰ মাজত
জীৱন জীয়নীয়াই ৰাস্তাৰ শিল!
ধূলি মাটিৰ লগত মোৰ অন্নন্তৰ মিল !!
'' ধন্যবাদ মোৰ এই কবিতা পৰাৰ বাবে "
জয় আই অসম 🙏🙏