16/08/2025
::::::::::::::::: *শোক বাৰ্তা* :::::::::::::::
*ইন্নালিল্লাহি অ ইন্নাইলাইহি ৰাজিঊন*
উত্তৰ নোৱাবিল নিবাসী আনোৱাৰা হুছেইন (ওৰফে বটু ) ও আশা কৰ্মী নুৰুন নেছাৰ পুত্ৰ তথা
মহান আল্লাহে মৰহুমক জান্নাতুল-ফিৰদাউছ দান কৰক ৷ মৰহুমৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো৷