পংকজ অসম

পংকজ অসম [email protected] creator
বাস্তৱৰ ধুমুহাই সপোনৰ পঁজা ভাঙি নিলেও; এখোজ আগুৱাই যোৱাৰ হেঁপাহ সদায় সজীৱ।

20/09/2025
19/09/2025
এইজন মানুহ যাৰ গান শুনিয়ে হয়টো বহু সময় পাৰ কৰোঁ। বহু উদাসীন ৰাতি, অকলশৰীয়া সময়ৰ সংগী, এই মানুহজনৰে বহু মন পৰশা গীত। ম...
19/09/2025

এইজন মানুহ যাৰ গান শুনিয়ে হয়টো বহু সময় পাৰ কৰোঁ। বহু উদাসীন ৰাতি, অকলশৰীয়া সময়ৰ সংগী, এই মানুহজনৰে বহু মন পৰশা গীত। মোৰ জীৱনৰ প্ৰেৰণাৰ উৎস তেওঁ। দুখ, সুখ সকলো সময় তেওঁৰ গীতে জিপাল কৰিছিল। তেখেতৰ প্ৰতিটো গান প্ৰতিটো কথাই মানুহক পুনৰ যি উঠাৰ সাহস দিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস, কোনেও নিবিছৰা খবৰটিয়ে আহিল।

খচাই মানুহজন হঠাতে গলগৈই অ।
এতিয়া মাথোঁ ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা আপুনি জতেই নথাকক কিয়, আপুনি সুখত থাকক, শান্তিত থাকক, কোশলে থাকক। আপোনাৰ সকলো সৃষ্টি আমাৰ মাজত সদায় জিলিকি থাকিব, উজ্জ্বল নক্ষত্ৰৰ দৰে। আপুনি সদায় জীয়াই থাকিব। আমাৰ বুকুৰ মাজত, হৃদয়ত আলফুলে। ❣️❣️😭😭😢😢

19/09/2025
12/09/2025

I've just reached 1K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗...
12/09/2025

I've just reached 1K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

Address

Nh54
Hojai
782446

Alerts

Be the first to know and let us send you an email when পংকজ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to পংকজ অসম:

Share

Category