19/10/2025
ভাৰতীয় জনতা পাৰ্টী অনুসূচীত জাতি মৰ্চা, অসম প্ৰদেশ উদ্যোগত ভাৰতীয় জনতা পাৰ্টী অনুসূচীত জাতি মৰ্চা, হোজাই জিলা সহযোগত শুভ দিপাৱলী আৰু কালীপূজা উপলক্ষে হোজাই নতুন বজাৰত ৰাইজৰ মাজত চাকি বিতৰণ কৰে।
Suvam Biswas Hojai Suvam Hojai