JATRA AXOM

JATRA AXOM Jatra Axom | সত্যৰ ৰাস্তাত এখোজ! Assam’s trusted news source. Timely updates, true stories & alerts that matter 📌
Stay informed, stay ahead.

📌মৰিগাঁৱত ‘ৰাস মহোৎসৱ’ত অঘটননৃত্য পৰিৱেশন কৰি থকাৰ সময়তেই সূত্ৰধাৰৰ মৃ*ত্যু*মৰিগাঁৱৰ মিকিৰভেটা ওৱাবড়ীত ঘটিল এই অঘটন...  ...
06/11/2025

📌মৰিগাঁৱত ‘ৰাস মহোৎসৱ’ত অঘটন
নৃত্য পৰিৱেশন কৰি থকাৰ সময়তেই সূত্ৰধাৰৰ মৃ*ত্যু*
মৰিগাঁৱৰ মিকিৰভেটা ওৱাবড়ীত ঘটিল এই অঘটন...

📌ড° ভূপেন হাজৰিকাৰ১৪ সংখ্যক মৃত্যু বার্ষিকীত সুধাকণ্ঠলৈ একাঁজলি শ্রদ্ধাঞ্জলি
05/11/2025

📌ড° ভূপেন হাজৰিকাৰ
১৪ সংখ্যক মৃত্যু বার্ষিকীত সুধাকণ্ঠলৈ একাঁজলি শ্রদ্ধাঞ্জলি

📌দুর্ঘটনা নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিলহত্যাকাণ্ডৰ চাৰ্জশ্বীট৮ ডিচেম্বৰত দাখিল কৰা হ'ব- মুখ্যমন্ত্রী
03/11/2025

📌দুর্ঘটনা নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল
হত্যাকাণ্ডৰ চাৰ্জশ্বীট
৮ ডিচেম্বৰত দাখিল কৰা হ'ব
- মুখ্যমন্ত্রী

📌বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান!
03/11/2025

📌বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান!

📌আধাৰ কাৰ্ডৰ নতুন নিয়ম
02/11/2025

📌আধাৰ কাৰ্ডৰ নতুন নিয়ম

01/11/2025

📌 মিঠাটেল, অৰুণোদয় নালাগে জুবিন গাৰ্গৰ ন্যায় লাগে বুলি প্ৰতিবাদ কৰিলে একাংশ মহিলাই!

30/10/2025

📌লংকা কাকীত পশ্চিম বিহাৰী গাৱঁত জুবিন গাৰ্গৰ ফটো ফালিলে বিহাৰী সম্প্ৰদায়ৰ লোকে

📌চৰ্ত পুজা পাতি জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জানাইছিল এই বিহাৰী সম্প্ৰদায়ৰ লোকে

📌কিন্তু নিশা একাংশ দুষ্কৃতিকাৰী বিহাৰী লোকে ফালিলে শ্ৰদ্ধাঞ্জলি জনোৱা জুবিন গাৰ্গৰ ফটো!

📌জুবিন গাৰ্গলৈ খগেন্দ্র নাথ পাঠক স্মৃতি বঁটাকাহিলিপাৰাত গৰিমা শইকীয়া গাৰ্গৰ হাতত এই বঁটা প্রদান
26/10/2025

📌জুবিন গাৰ্গলৈ খগেন্দ্র নাথ পাঠক স্মৃতি বঁটা
কাহিলিপাৰাত গৰিমা শইকীয়া গাৰ্গৰ হাতত এই বঁটা প্রদান


📌'ৰৈ ৰৈ বিনালে'ৰ অনলাইন বুকিং আৰম্ভBOOK MY SHOWৰ জৰিয়তে কৰিব পাৰিব আগতীয়া বুকিং৩১ অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ...
24/10/2025

📌'ৰৈ ৰৈ বিনালে'ৰ অনলাইন বুকিং আৰম্ভ

BOOK MY SHOWৰ জৰিয়তে কৰিব পাৰিব আগতীয়া বুকিং

৩১ অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন

📌'ৰৈ ৰৈ বিনালে'ৰ ট্ৰেইলাৰত বুকু কঁপি উঠা ডায়লগ
23/10/2025

📌'ৰৈ ৰৈ বিনালে'ৰ ট্ৰেইলাৰত বুকু কঁপি উঠা ডায়লগ

📌  কেম্পইনে অতিক্ৰম কৰিলে 3 মিলিয়ন
23/10/2025

📌 কেম্পইনে অতিক্ৰম কৰিলে 3 মিলিয়ন

Address

Hojai
782446

Alerts

Be the first to know and let us send you an email when JATRA AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share