BBN Live - moment of Life

BBN Live  -  moment of Life News Views & Entertainment media Company.
(4)

সুস্থ, সঠিক আৰু তথ্যপূৰ্ণ বাতৰি প্ৰচাৰ কৰাৰ লগতে
এখন সুস্থ সৱল সমাজ গঠন কৰাৰ ক্ষেত্ৰত আমি সদায় দায়বদ্ধ। সেয়ে আমি এনে খা খবৰ প্ৰচাৰ নকৰোঁ যিয়ে সমাজত এক নেতিবাচক প্ৰভাৱ পেলায় বা পেলাব।। ধন্যবাদ।

02/01/2026

ভাল খবৰ, কেৱল মাত্ৰ যুৱতী আৰু মহিলাৰ বাবে।।

02/01/2026

সুখবৰ! কেৱল যুৱতী আৰু মহিলা সকলৰ কাৰণে আমবাৰীত মুকলি কৰা হৈছে এখন ব্যতিক্ৰম ব্যৱসায়িক প্ৰতিষ্ঠান।

▪️হঠাৎ অসুস্থ যুৱনেতা ৰেজাউল কৰিম চৌধুৰীৰ মাতৃ।▪️সংকটজনক অৱস্থাত বৰ্তমান গুৱাহাটীত চিকিৎসাধীন।▪️অসুস্থ মাতৃৰ বাবে দোৱাৰ ...
01/01/2026

▪️হঠাৎ অসুস্থ যুৱনেতা ৰেজাউল কৰিম চৌধুৰীৰ মাতৃ।
▪️সংকটজনক অৱস্থাত বৰ্তমান গুৱাহাটীত চিকিৎসাধীন।
▪️অসুস্থ মাতৃৰ বাবে দোৱাৰ আবেদন জনালে ৰেজাউল কৰিম চৌধুৰীয়ে।



01/01/2026

Happy New Year 2026

01/01/2026

এক সুন্দৰ আৰু আদৰণীয় পদক্ষেপ -

01/01/2026

Happy New Year 2026

31/12/2025

আজমলৰ ৰাজনীতি অসমৰ পৰা আমি চিৰদিনৰ বাবে উৎসাত কৰিম।

31/12/2025

উচ্ছেদৰ জাননী -


30/12/2025

কাছিমুল উলুম মৌডঙ্গা মাদ্ৰাছাৰ বাৰ্ষিক ওৱাজ মেহফিলত হবিব মহম্মদ চৌধুৰী।

30/12/2025

ৰূপালী জয়ন্তী উদযাপন সমাৰোহ 2026




▫️AIUDF ৰ দূৰ্গত লূৰিণজ্যোতিৰ ৰণডংকা। অসম জাতীয় পৰিষদলৈ প্ৰাক্তন AGP নেতা।▫️বিন্নাকান্দি সমষ্টিৰ ডবকাত অসম জাতীয় পৰিষদ...
30/12/2025

▫️AIUDF ৰ দূৰ্গত লূৰিণজ্যোতিৰ ৰণডংকা। অসম জাতীয় পৰিষদলৈ প্ৰাক্তন AGP নেতা।
▫️বিন্নাকান্দি সমষ্টিৰ ডবকাত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী।
▫️লূৰিণজ্যোতি গগৈৰ উপস্থিতিত কেইবা সহস্ৰাধিক সমৰ্থক সহ ৰেজাউল কৰিম চৌধুৰীয়ে যোগদান কৰিলে AJP।
▫️ৰেজাউল কৰিম চৌধুৰীৰ যোগদানে সমষ্টিত, দলটোক আৰু শক্তিশালী কৰি তুলিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।
▫️উল্লেখযোগ্য যে, ৰেজাউল কৰিম চৌধুৰী পূৰ্বৰ যমুনা মুখ সমষ্টিৰ অগপ বিধায়ক প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰীৰ ডাঙৰ পুত্ৰ।
▫️নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে সমষ্টিত যুৱনেতা ৰেজাউল কৰিম চৌধুৰীৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাই! প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ।বিএনপির স্থায়ী কমিটির সদস্য সালাহউদ্দিন...
30/12/2025

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাই! প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ।

বিএনপির স্থায়ী কমিটির সদস্য সালাহউদ্দিন আহমেদ বিবিসিকে এ তথ্য নিশ্চিত করেছেন।

Address

Hojai

Alerts

Be the first to know and let us send you an email when BBN Live - moment of Life posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BBN Live - moment of Life:

Share