Rezwanul Hoque

Rezwanul Hoque মোৰ পেজলৈ স্বাগতম �
�যদি মোৰ পেজটো ভাল হয়
অনুগ্ৰহ কৰি মোৰ পেজটো Follow কৰিব�

10/10/2025

এটা কথা মনত ৰাখিব পৰামৰ্শ সকলোৱে দিব পাৰে কিন্তু সংগ নহয়। বিপদত নিজৰ পৰিয়ালৰ আৰু আত্মীয় সকলৰ বাহিৰে কাকো নোপোৱা। বিশ্বাস নহ'লে বিনা দোষত জেলত বন্দী হৈ থকা সকলৰ কথা মনত পেলাই চাওঁক।🙏

10/10/2025

জুবিন দাই জীয়াই থাকোঁতে নোৱাৰিলে কিন্তু মৃত্যু হৈ আমাক এক কৰি থৈ গৈছিল। এতিয়া আকৌ সেই ৰাজনৈতিক নেতা সকলে নিজৰ মুনাফাৰ বাবে আমাক ভাগ ভাগ কৰিব বিচাৰিছে। বুজা বোৰে বুজিব আৰু অন্ধ ভক্ত বোৰে খুজিব।🙏

10/10/2025

নাটক নহয়নো কি ?
এৰেষ্ট মানে ন‍্যায় নেকি ? অসমৰ ৰাইজক মুৰ্খ সজাবলৈ চেষ্টা নকৰিব !

Address

Murajhar, Guwahati
Hojai
782439

Website

Alerts

Be the first to know and let us send you an email when Rezwanul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share