AIUDF DAILY

AIUDF DAILY Digital & Social Media Hub for AIUDF Updates

15/08/2026

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস । হোজাইত পতাকা উত্তোলন মৌলানা বদৰুদ্দিন আজমল চাহাবৰ..!

09/08/2026

অনাগত ৬ মাহ মই উজনিলে আহি থাকিম। শৃংখল মোৰ ভাই, ভাইৰ ঘৰত আহি আজিকি বহুত সন্মান পাইছো। হে আল্লাহ আমাক ৰক্ষা কৰা, আমি ঈশ্বৰ-আল্লাহ-খোদাৰ সন্তান আমি সকলোৱে মানৱ ধৰ্ম কৰো আহক।' শৃংখল চলিহাৰ বাসগৃহত বদৰুদ্দিন আজমল উপস্থিত হৈ কৰিলে এই মন্তব্য।

07/08/2026

উজনি অসমত বানপানীৰ সমস্যা শেষেই হোৱা নাই মিঞা মিঞা আৰম্ভ হৈ গ'ল....!

06/08/2026

বন্যৰ্ত্তৰ বাবে দোয়া কৰি কেমেৰাৰ সমুখতে উচুপি উঠিল মৌলানা বদৰুদ্দিন আজমল। যোগীঘোপাৰ মাদ্ৰাছাত দেখা গ'ল এই দৃশ্য।

05/08/2026

উজনি অসমৰ বন্যাৰ্তৰ বাবে সাহাৰ্য সংগ্ৰহ বদৰুদ্দিন আজমলৰ। প্ৰতিজন মানুহক সহায় কৰাটো প্ৰথম আৰু মূল কৰ্তব্য। মুহূৰ্তৰ ভিতৰতে সংগ্ৰহ কৰিছে লাখ লাখ টকা..|

05/08/2026

'৫ লাখ মাতৃ-ভগ্নীক মেখেলা চাদৰ প্ৰদান কৰিম'
🔶'বানাক্ৰান্তৰ বাবে ২০ লাখ বাঁহ আৰু ২০ লাখ টিন দিয়াৰ নতুন পৰিকল্পনা কৰিছো'
🔶'ল'ৰা-ছোৱালীৰ কাৰণে স্কুলৰ পেন্ট-টি-চাৰ্টৰ ব্যৱস্থা কৰা হ'ব'
🔶বানাক্ৰান্ত ৰাইজৰ দুশ-দুদৰ্শা দেখি আৱেগিক বদৰুদ্দিন আজমল।


04/08/2026

কেৱল ২কোটি টকাৰ সাহাৰ্যই নহয়, বন্যাৰ্তৰ ঘৰ বান্ধি দিয়াৰ বাবে পদক্ষেপ আজমলৰ। যোগান ধৰিব ২০ লাখ টিনপাত, ২০ লাখ বাঁহ। যুৱতী-মহিলাৰ বাবে ৫ লাখ মেখেলা-চাদৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্মো যোগান ধৰিব বদৰুদ্দিন আজমলে।

04/08/2026

বানাক্ৰান্তৰ বাবে সাহাৰ্য বিচাৰি এইবাৰ ৰাজপথত নামিল বদৰুদ্দিন আজমল। হাতত বাকচ লৈ আৰ্তজনৰ বাবে বিচাৰিলে সাহাৰ্য...!

03/08/2026

মৌলানা বদৰুদ্দিন আজমলে গ্ৰহণ নকৰিলে সম্বৰ্ধনা, বন্ধ কৰিলে পুস্প বৃষ্টি।
ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি। এনে দুৰ্যোগৰ সময়ত মই গামোচাৰে সম্বৰ্ধনা ল'ব নোৱাৰোঁ...!!



Maulana Badruddin Ajmal

02/08/2026

বানপীড়িতৰ সহায়ৰ বাবে আজমলক নিজৰ ঘৰৰ দুৱাৰ খুলি দিলে অখিল গগৈয়ে
বিধায়ক অখিল গগৈৰ লুখুৰাখনত থকা বাসগৃহতে আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ...!

Address

Kathalpur
Hojai

Website

Alerts

Be the first to know and let us send you an email when AIUDF DAILY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share