Kaljhar Live

Kaljhar Live দ্ৰত আৰু সত্য নিউজ

24/03/2026

এইবাৰ পাকাবেতবাৰী সমষ্টিত minakshi Rahman ৰ জয়ী হোৱাটো খাটাং।

09/03/2026

09/03/2026

Bande bharat

08/03/2026

সোপা ধৰাৰ সন্দেহত এজন পগলা মানুহক অত্যাচাৰ কৰাটো কিমান যুক্তি সংগত। প্ৰশাসনে ইয়াৰ ওপৰত নজৰ দিবলৈ অনুৰোধ জনাৱো হ'ল।

08/03/2026
08/03/2026

অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাই আহিছে । এই বাৰ অসমত বিজেপি মিত্ৰজোঁটে ১০০ টা আসন পোৱাৰ সম্ভাবনা আছে ।

📌 📢 অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত HS 1st Year পৰীক্ষাত এতিয়াৰে পৰা পাছ নম্বৰ ৩০%ৰ পৰা বৃদ্ধি কৰি ৩৩% কৰা হৈছে,...
08/03/2026

📌 📢 অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত HS 1st Year পৰীক্ষাত এতিয়াৰে পৰা পাছ নম্বৰ ৩০%ৰ পৰা বৃদ্ধি কৰি ৩৩% কৰা হৈছে, আৰু এই সিদ্ধান্ত তৎক্ষণাৎ কাৰ্যকৰী হ’ব।
অর্থাৎ, এতিয়াৰ পৰা HS 1st Year পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ শিক্ষাৰ্থীয়ে কমেও ৩৩% নম্বৰ লাভ কৰিব লাগিব।
HS 1st year Exam, pass mark has been increased from 30 to 33% with immediate effect.





Address

Howli
781316

Website

Alerts

Be the first to know and let us send you an email when Kaljhar Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share