NTD অসম / News Today Axom

NTD অসম / News Today Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NTD অসম / News Today Axom, News & Media Website, helonarpam. District: baksa, Howli.

ৰাইজৰ কন্ঠ ৰাইজৰ মঞ্চ, ৰাইজৰ ভোট ৰাইজৰ ৰজা।
সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ NTD অসম অথাৎ NEWS TODAY AXOM লৈ
সকলোৱে যেন এই পেজ টো follow কৰি NTD অসম ৰ সদস্য হৈ আমাক আগবঢ়ায় লৈ যায় আৰু উৎসাহিত কৰি আমাক কাম কৰাৰ প্ৰেৰণা যোগাই, ধন্যবাদ

২৪ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰ ২০২৬ লৈ ১৫ দিনীয়া কাৰ্যসূচীৰে ৯৯ সংখ্যক হাউলী ৰাস মহোৎসৱ ।।হাউলী ৰাস মহোৎসৱ উদযাপনৰ নতুন সমি...
30/08/2026

২৪ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰ ২০২৬ লৈ
১৫ দিনীয়া কাৰ্যসূচীৰে ৯৯ সংখ্যক হাউলী ৰাস মহোৎসৱ ।।
হাউলী ৰাস মহোৎসৱ উদযাপনৰ নতুন সমিতি গঠন।

28/08/2026

নেপালৰ জনতাৰ বাবে বিপদসংকূল পৰিস্থিতিতো কঠোৰ উদ্ধাৰ অভিযান নেপাল আৰ্মীৰ।

BARPETA BRAVES বিহৎ জয়।
24/08/2026

BARPETA BRAVES বিহৎ জয়।

24/08/2026

হাউলীত এখন ৰেষ্টুৰেণ্ট আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ল।
ৰেষ্টুৰেণ্ট খনত এচি নন এচি দুয়োটাই available আছে।

যোৰাবাটলৈ ঘূৰি আহিল স্বাভাৱিক যাতায়ত ব্যৱস্থা।খুলি দিয়া হ'ল যোৰাবাট হৈ শ্বিলঙলৈ যোৱা পথ।
22/08/2026

যোৰাবাটলৈ ঘূৰি আহিল স্বাভাৱিক যাতায়ত ব্যৱস্থা।
খুলি দিয়া হ'ল যোৰাবাট হৈ শ্বিলঙলৈ যোৱা পথ।


21/08/2026

অসম মেঘালয়ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

স্থানীয় বজাৰৰ আটাইতকৈ ডাঙৰ সমস্যা কি বুলি ভাবে আপুনি?
20/08/2026

স্থানীয় বজাৰৰ আটাইতকৈ ডাঙৰ সমস্যা কি বুলি ভাবে আপুনি?

আপোনাৰ মতে স্থানীয় প্ৰতিনিধিৰ প্ৰথম দায়িত্ব কি?
20/08/2026

আপোনাৰ মতে স্থানীয় প্ৰতিনিধিৰ প্ৰথম দায়িত্ব কি?


আপোনাৰ গাওঁত/এলেকাত কোনটো সুবিধা সৰ্বাধিক প্ৰয়োজন?
20/08/2026

আপোনাৰ গাওঁত/এলেকাত কোনটো সুবিধা সৰ্বাধিক প্ৰয়োজন?

Address

Helonarpam. District: Baksa
Howli
781316

Alerts

Be the first to know and let us send you an email when NTD অসম / News Today Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share