LM Live 24

LM Live 24 সত্য আৰু নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰাই আমাৰ মূল উদ্দেশ্য।

04/04/2026

বাক্সা জিলাৰ অন্তৰ্গত ৪১ নং মানাস বিধান সভা সমষ্টি নিৰ্দলীয় পদ প্ৰাৰ্থী খন্দকাৰ আব্দুল কদ্দুছৰ চমু মন্তব্য।

26/03/2026

বৰপেটা জিলাৰ অন্তৰ্গত বৃহত্তৰ নবগঠিত ২৫ নং পাকা বেতবাৰী বিধান সমষ্টিৰ বিজেপিৰ সমৰ্থিত অগপ (AGP) দলৰ মনোনীত প্ৰাৰ্থী ড° তাৰা প্ৰসাদ দাসৰ চমু মন্তব্য।

23/02/2026

সৰ্ব ভাৰতীয় হিন্দুস্তান কংগ্ৰেছ দলৰ অসম ৰাজ্যিক সভাপতি খন্দকাৰ আব্দুল কদ্দছৰ আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে চমু প্ৰতিক্ৰিয়া।

17/02/2026

যোৱা ১৪/০২/২৬ ইং তাৰিখ আবেলি ২ বজাত ২৫ নং পাকা বেতবাৰী বিধান সভা সমষ্টিৰ ঘিলাঝাৰী-ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত কুমুল্লী পাৰা-খন্দকাৰ-পৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কে কে চেণ্টাৰত অনুষ্ঠিত হোৱা বুথ সন্মিলনত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়াই বৰপেটা জিলাৰ এ আই ইউ ডি এফ দলৰ বিধায়কদ্বয় হাফিজ ৰফিকুল ইছলাম আৰু আশ্ৰাফুল হুছেইনক প্ৰত্যাহ্বান।

14/02/2026

আজি ১৪/০২/২৬ ইং তাৰিখ আবেলি ২ বজাত ২৫ নং পাকা বেতবাৰী বিধান সভা সমষ্টিৰ ঘিলাঝাৰী-ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত কুমুল্লী পাৰা-খন্দকাৰ-পৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কে কে চেণ্টাৰত অনুষ্ঠিত হোৱা বুথ সন্মিলনত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়াই দলীয় কৰ্মীসকলক উদ্দেশ্যি বক্তব্য।

14/02/2026

আজি ১৪/০২/২৬ ইং তাৰিখত আবেলি ২ বজাত ২৫ নং পাকা বেতবাৰী বিধান সভা সমষ্টিৰ ঘিলাঝাৰী-ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত কুমুল্লী পাৰা-খন্দকাৰ-পৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কে কে চেণ্টাৰত বুথ সন্মিলনৰ শেষত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ মন্তব্য।

21/01/2026

২০/০১/২০২৬ ইং তাৰিখ মঙ্গলবাৰে সন্ধিয়া হাউলীৰ হিলাপাকুৰী মিলন বজাৰত এই আই ইউ ডি এফ দলৰ কৰ্মী সভা আৰু যোগদান পৰ্ব অনুষ্ঠানত দলৰ কেন্দ্ৰীয় মহিলা সমিতিৰ সম্পাদিকা তথা ২৫ নং পাকাবেতবাৰী বিধান সভা সমষ্টিৰ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানৰ উপস্থিতিত শতাধিক লোকে কংগ্ৰেছ আৰু আন আন দলৰ পৰা এ আই ইউ ডি এফ দলত যোগদান কৰে। উক্ত অনুষ্ঠানত বৰপেটা জিলা এ আই ইউ ডি এফ দলৰ কাৰ্যকৰী সভাপতি দেলুৱাৰ হুছেইনৰ গুৰুত্বপূৰ্ণ বক্তব্য।

21/01/2026

২০/০১/২০২৬ ইং তাৰিখ মঙ্গলবাৰে সন্ধিয়া হাউলীৰ হিলাপাকুৰী মিলন বজাৰত এই আই ইউ ডি এফ দলৰ কৰ্মী সভা আৰু যোগদান পৰ্ব অনুষ্ঠানত দলৰ কেন্দ্ৰীয় মহিলা সমিতিৰ সম্পাদিকা তথা ২৫ নং পাকাবেতবাৰী বিধান সভা সমষ্টিৰ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানৰ উপস্থিতিত শতাধিক লোকে কংগ্ৰেছ আৰু আন আন দলৰ পৰা এ আই ইউ ডি এফ দলত যোগদান কৰে।

21/01/2026

২০/০১/২০২৬ ইং তাৰিখ মঙ্গলবাৰে সন্ধিয়া হাউলীৰ হিলাপাকুৰী মিলন বজাৰত এই আই ইউ ডি এফ দলৰ কৰ্মী সভা আৰু যোগদান পৰ্ব অনুষ্ঠানত দলৰ কেন্দ্ৰীয় মহিলা সমিতিৰ সম্পাদিকা তথা ২৫ নং পাকাবেতবাৰী বিধান সভা সমষ্টিৰ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানৰ মন্তব্য।

21/01/2026

২০/০১/২০২৬ ইং তাৰিখ মঙ্গলবাৰে সন্ধিয়া হাউলীৰ হিলাপাকুৰী মিলন বজাৰত এই আই ইউ ডি এফ দলৰ কৰ্মী সভা আৰু যোগদান পৰ্ব অনুষ্ঠানত দলৰ কেন্দ্ৰীয় মহিলা সমিতিৰ সম্পাদিকা তথা ২৫ নং পাকাবেতবাৰী বিধান সভা সমষ্টিৰ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানৰ বক্তব্যৰ কিছু অংশ।

16/01/2026

২৫ নং পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ঘিলাঝাৰী-ৰূপহী ব্লক এ আই ইউ ডি এফ সমিতিৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদৰ চমু মন্তব্য।

Address

Howly
Howli
781316

Alerts

Be the first to know and let us send you an email when LM Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share