Oisanu: An Assamese Quarterly e-Magazine

Oisanu: An Assamese Quarterly e-Magazine Oisanu is an online Assamese quarterly magazine which had its first issue in December 2020.

The chief editor is Dr. Jitumani Choudhury and edited by Bitumani Barman.

ঐশানুৰ সমূহ পৰিয়াৰ পৰা আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ‌ৰ বিদেহ আত্মাই চিৰশান্তি ল...
20/09/2025

ঐশানুৰ সমূহ পৰিয়াৰ পৰা আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ‌ৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আৰু বৈকুণ্ঠগামী হওঁ‌ক। ঔমঃ শান্তি।

ঐশানু মে ২০২৫ সংখ্যাত প্ৰকাশ পোৱা ৰঞ্জিত কুমাৰ কলিতা আৰু কৈলাস চন্দ্ৰ দাস ৰ দ্বাৰা ৰচিত দুটা প্ৰবন্ধ; সম্পূৰ্ণ পঢ়িবলৈ ww...
22/06/2025

ঐশানু মে ২০২৫ সংখ্যাত প্ৰকাশ পোৱা ৰঞ্জিত কুমাৰ কলিতা আৰু কৈলাস চন্দ্ৰ দাস ৰ দ্বাৰা ৰচিত দুটা প্ৰবন্ধ; সম্পূৰ্ণ পঢ়িবলৈ www.oisanuemagazine.in দৰ্শন কৰক।

সমূহ বিশ্ববাসীলৈ বিশ্ব পৰিবেশ দিৱসৰ আন্তৰিক অভিন্দন জ্ঞাপন কৰিলোঁ‌। আহক আমি সকলোৱে প্ৰথম আমাৰ ঘৰখন তথা চুবুৰীটো নিকাকৈ ৰ...
05/06/2025

সমূহ বিশ্ববাসীলৈ বিশ্ব পৰিবেশ দিৱসৰ আন্তৰিক অভিন্দন জ্ঞাপন কৰিলোঁ‌। আহক আমি সকলোৱে প্ৰথম আমাৰ ঘৰখন তথা চুবুৰীটো নিকাকৈ ৰাখোঁ আৰু কমেও এজোপা গছ পুলি ৰোপণ কৰোঁ।

জুৰি গোস্বামী শৰ্মাৰ কবিতা ঐশানু মে ২০২৫ সংখ্যা।
30/05/2025

জুৰি গোস্বামী শৰ্মাৰ কবিতা

ঐশানু মে ২০২৫ সংখ্যা।



নমিতা তালুকদাৰ ৰচিত কবিত "দুৱাৰডলি", ঐশানু, মে ২০২৫ সংখ্যাত প্ৰকাশিত।  talukdar
29/05/2025

নমিতা তালুকদাৰ ৰচিত কবিত "দুৱাৰডলি", ঐশানু, মে ২০২৫ সংখ্যাত প্ৰকাশিত।

talukdar

 #ঐশানু ৰ মে ২০২৫ সংখ্যাৰ সূচীপত্ৰ। পঢ়িবলৈ দৰ্শন কৰকঃ www.oisanuemagazine.in
27/05/2025

#ঐশানু ৰ মে ২০২৫ সংখ্যাৰ সূচীপত্ৰ। পঢ়িবলৈ দৰ্শন কৰকঃ

www.oisanuemagazine.in

https://www.oisanuemagazine.in/ ঐশানু ৰ মে ২০২৫ সংখ্যাত প্ৰকাশ পোৱা এটা কবিতা।     #অসমীয়াকবিতা   #অসমীয়া_সাহিত্য
24/05/2025

https://www.oisanuemagazine.in/

ঐশানু ৰ মে ২০২৫ সংখ্যাত প্ৰকাশ পোৱা এটা কবিতা।

#অসমীয়াকবিতা #অসমীয়া_সাহিত্য

ঐশানু" মে,২০২৫ সংখ্যাটো প্ৰকাশ পালে। পঢ়িবলৈ দৰ্শন কৰকঃঃ
21/05/2025

ঐশানু" মে,২০২৫ সংখ্যাটো প্ৰকাশ পালে। পঢ়িবলৈ দৰ্শন কৰকঃঃ

"ঐশানু" ৰ এণ্ড্ৰইড এপটো ডাউনলোড কৰকঃ

20/05/2025

ঐশানু ই-আলোচনীখনৰ মে,২০২৫ সংখ্যাটো সোনকালে প্ৰকাশ পাৱ। পঢ়িবলৈ দৰ্শন কৰক----

10/03/2025
31/12/2023

সমূহ সাহিত্য প্ৰেমী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছো।

Address

Howly

Alerts

Be the first to know and let us send you an email when Oisanu: An Assamese Quarterly e-Magazine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category