Assam TV

Assam TV অতিশীঘ্ৰে টেলিভিচনলৈ গৌৰৱময় যাত্ৰা..
(4)

ভূমিকম্প
07/06/2026

ভূমিকম্প

07/06/2026
07/06/2026

সত্ৰীয়া শিল্পীক শীৰ্ষ সন্মান প্ৰদান ভাৰত চৰকাৰৰ প্ৰচাৰ ভাৰতীৰ
প্ৰথম স্থানত আছে নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ

নাগালেণ্ডৰ ৫ যুৱকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। শনিবাৰে গণেশগুৰিত এজন অসমীয়া যুৱকক  গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল ৫ যুৱকে। চ...
07/06/2026

নাগালেণ্ডৰ ৫ যুৱকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। শনিবাৰে গণেশগুৰিত এজন অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল ৫ যুৱকে। চিমু দাস নামৰ পাঠশালাৰ যুৱকজনক কৰিছিল প্ৰহাৰ। আনকি চিমু দাসক গুলীয়াই মৰাৰো ভাবুকি প্ৰদান কৰিছিল ৫ যুৱকে।

07/06/2026

বজালীৰ শপ্ত-শ্ৰুতিমালা আৰু গুৰুগৃহৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত৷৷
যোগাযোগ: +91 86386 52742

07/06/2026

গছপুলি ৰোপণ কৰিয়েই দায়িত্ব সামৰা নাই, গছপুলি কেইদাল প্ৰতিপালন কৰি দেখুৱাইছে বজালীৰ কেইজনমান যুৱকে৷৷

07/06/2026

উৰুখা পঁজাৰ পৰা HSত সুন্দৰ ফলাফল কৰা জয়শ্ৰী কলিতাৰ বাসগৃহত স্বেচ্ছাসেৱী সংস্থা “শব্দ”ৰ পৰিয়াল৷৷

07/06/2026

বৃহত্তৰ বজালীৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ বাবে দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান৷৷

06/06/2026

বজালীৰ পাঠশালা ২নং ৱাৰ্ডত বাংলাদেশী সন্দেহত ৩ জনক ৰাইজে আৱদ্ধ কৰে ৰাখে৷ বৰ্তমান পাঠশালা আৰক্ষীয়ে আটক কৰে তিনিওজক৷৷

যন্তৰ মন্তৰৰ পৰা  প্ৰতিবেদন..
06/06/2026

যন্তৰ মন্তৰৰ পৰা প্ৰতিবেদন..

Address

Ward No. 1, Pathsala, Dist. Bajali (Assam)India

Telephone

+917002127938

Website

Alerts

Be the first to know and let us send you an email when Assam TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam TV:

  • Want your business to be the top-listed Media Company?

Share