বানপীড়িতৰ খবৰ ল'বলৈ গৈ অখিল গগৈ পৰিল ৰাইজৰ ৰোষত।
SILCHAR GUWAHATI HIGHWAY (MEGHALAYA)
চছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা শিহৰনকাৰী দৃশ্য - গাহৰিয়ে মহতিয়াই থৈ গল এজন লোকক ।
কান' চলচ্চিত্ৰ মহোৎসৱৰ 'ৰেড কাৰ্পেটত অসমক প্ৰতিনিধিত্ব কৰি প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী তথা পৰিচালিকা Aimee Baruah
জাগিৰোড সমষ্টিৰ মায়ং ঝাৰগাওঁৰ ওচৰৰ বুৰগাঁওৰ পৰা গৰকীয়াধাপ যোৱা এইটো মূল ৰাস্তা । বৰষুন হলে ৰাইজে হোৱা দোৱা খাব লগা হয় ।
Haflong Town Raji Community Hall, Fishery Office
ডিমা হাচাও জিলাৰ হাফলং অঞ্চলৰ এটা পথৰ এটা অংশ বৰষুণৰ পানীয়ে উটুৱাই লৈ যায়।
ভিডিঅ’ৰ উৎস: ANI
অলপ আগতে বৰপেটা জিলাৰ চেনিমাৰীত ঘূর্ণী বতাহৰ তাণ্ডৱৰ এটা ভয়ানক দৃশ্য,
ক্ষেএী " ডিমৰীয়া মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা মুকলি বিহুৰ কিছু দৃশ্য
Glimpses of hailstorm in #jhargaon .#morigaon
বেংগলী টাইগাৰ ফৰ্চৰ ভাবুকি : দৰকাৰ হ'লে অসম জ্বলিব অধকক্ষ্যক ভাবুকি ।
বেংগলী টাইগাৰ ফৰ্চৰ ভাবুকি : দৰকাৰ হ'লে অসম জ্বলিব অধকক্ষ্যক ভাবুকি । (মায়ং কলেজৰ ঘঠনা কেন্দকৰি )
#VIRAL: #StopOfflineExams ट्रेंड के बीच, असम के मुख्यमंत्री @himantabiswa का एक वायरल फुटेज इंटरनेट पर खूब वायरल हो रहा है।
वीडियो में एक छात्र मुख्यमंत्री से ऑनलाइन मोड में परीक्षा आयोजित करने के लिए कह रहा है।
जिस पर सीएम ने कहा
#VIRAL: Amidst #StopOfflineExams trend, a viral footage of Assam Chief Minister @himantabiswa is doing rounds on the internet.
A student in the video was seen asking the Chief Minister to conduct examinations in the online mode.
To which, this is what the CM said: 👇🏼 https://t.co/w6WHGHdhiZ