Clicky

News Axom Polity

News Axom Polity পথাৰ আমাৰ বজাৰ আমাৰ

Operating as usual

30/10/2022

ঝাৰগাওঁৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান "মোহনবাশী দাস কণিষ্ঠ মহাবিদ্যালয় "ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপনৰ উদ্দেশ্য আগত ৰাখি সকলো মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সম্মিলনী বাবে অহা ইংৰাজী ১/১১/২০২২ তাৰিখে এখনি সাধাৰন সভা আয়োজন কৰা হৈছে , সেইহে সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সভাখনত উপস্থিতি থাকিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ অনুৰোধ জনাইছে ।

17/10/2022
Fans have started arriving at the Barsapara Stadium in guwahati.
02/10/2022

Fans have started arriving at the Barsapara Stadium in guwahati.

Work in progress.....কটলিছাৰা চৌৰাংগী দুৰ্গা পূজা সমিতি  ( কলকতা )
20/09/2022

Work in progress.....

কটলিছাৰা চৌৰাংগী দুৰ্গা পূজা সমিতি ( কলকতা )

বিবাহ পাশত আৱদ্ধ হ'ল শুকুৰ আলী ৷ সোমবাৰৰ নিশা বৈবাহিক জীৱনৰ পাতনি মেলিলে শুকুৰ আলীয়ে ৷ Source :-fb
02/08/2022

বিবাহ পাশত আৱদ্ধ হ'ল শুকুৰ আলী ৷ সোমবাৰৰ নিশা বৈবাহিক জীৱনৰ পাতনি মেলিলে শুকুৰ আলীয়ে ৷

Source :-fb

19/07/2022
⭕ অভিনেতা কিশোৰ দাসৰ দেহাৱসান। চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ।
02/07/2022


⭕ অভিনেতা কিশোৰ দাসৰ দেহাৱসান। চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ।

01/07/2022

বানপীড়িতৰ খবৰ ল'বলৈ গৈ অখিল গগৈ পৰিল ৰাইজৰ ৰোষত।

Karimganj Puwamara byepass road collapses
01/07/2022

Karimganj Puwamara byepass road collapses

হৃদয় বিদাৰক ছবি ।
24/06/2022

হৃদয় বিদাৰক ছবি ।



ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২: ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচনত বিজেপিৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ৰ বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী...
21/06/2022

ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২:
ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচনত বিজেপিৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ৰ বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী আজি ঘোষণা কৰাৰ সম্ভাৱনা আছিল। সেই অনুসৰি একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও নেতৃত্বৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিছত নাম ঘোষণা কৰা হ’ল। ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ গৈ আছে। এই কথা ঘোষণা কৰা হৈছে।
‌দ্রৌপদী মুর্মু :-
ৰামনাথ কোবিন্দৰ পিছত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেই সন্দৰ্ভত তীব্ৰ জল্পনা-কল্পনা চলিছিল। বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত থকা দুই নাম আছিল কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ শীৰ্ষ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছতে এনডিএয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে। বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। ১৯৫৬ চনৰ ২০ জুনত ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোছি গাঁৱত দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল বিৰঁচী নাৰায়ণ টুডু। তেওঁ ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ লগতে ঝাৰখণ্ডৰ পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথমজন ৰাজ্যপাল আছিল। ওড়িশাৰ প্ৰাক্তন মন্ত্ৰী দ্ৰৌপদী মুৰ্মু ২০০০ চনৰ পৰা ২০০৪ চনলৈ ৰাইৰাংপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। বিজেপি-বিজেপি মিত্ৰজোঁট চৰকাৰৰ সময়ত ২০০০ আৰু ২০০৪ চনত তেওঁ মন্ত্ৰী আছিল। পৰিবহণ, পশুপালন, মীন পালন আদি গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁৰ আছিল। প্ৰাথমিক হিচাপ অনুসৰি ১৬ জন বিৰোধী সমৰ্থিত প্ৰাৰ্থী যশৱন্ত সিনহাতকৈ তেওঁ কিছু আগবাঢ়ি আছে।

ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৰাষ...
21/06/2022

ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে ।

21/06/2022

SILCHAR GUWAHATI HIGHWAY (MEGHALAYA)

16/06/2022

এয়া অসম-মেঘালয়ৰ সোণাপুৰস্থিত ঘাইপথৰ দৃশ্য।
ধাৰাষাৰ বৃষ্টিপাতৰ ফলত এতিয়া এইদৰে পথ ভাঙি সোমাই পৰিছে এখন মালবাহী ট্ৰাক, বিলাসী গাড়ী৷ শিলচৰ-গুৱাহাটী পথ বন্ধ হোৱাৰ আশংকা।

09/06/2022

ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজিৰ তদন্ত, CM ভিজিলেঞ্চে কৰিছে ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজিৰ তদন্ত।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰী মাধুৰ্য দত্ত‌ই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম ব...
07/06/2022

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰী মাধুৰ্য দত্ত‌ই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এটা বিষয়ত লেটাৰ পাবলৈ সক্ষম হয় ।

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২২ বৰ্ষৰ ফলাফলত দশম স্থান দখল কৰি মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ কৌস্তভজ্যোত...
07/06/2022

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২২ বৰ্ষৰ ফলাফলত দশম স্থান দখল কৰি মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ কৌস্তভজ্যোতি নাথ।

07/06/2022
৫৮৯ নম্বৰ সহ নৱম স্থান দখল মৰিগাওঁ জিলাৰ চৰাইবাহী শংকৰ দেৱ বিদ্যা নিকেতনৰ ছাত্ৰী বিদিশা নাথৰ
07/06/2022

৫৮৯ নম্বৰ সহ নৱম স্থান দখল মৰিগাওঁ জিলাৰ চৰাইবাহী শংকৰ দেৱ বিদ্যা নিকেতনৰ ছাত্ৰী বিদিশা নাথৰ

HSLC 2022 Topper
07/06/2022

HSLC 2022 Topper

আজি ঘোষণা হ'ল ২০২১ বৰ্ষৰ কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল।  কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিব...
30/05/2022

আজি ঘোষণা হ'ল ২০২১ বৰ্ষৰ কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰুতি শৰ্মাই।

29/05/2022

আজি পাঞ্জাৱৰ মানসা জিলাত কংগ্ৰেছ নেতা তথা পাঞ্জাবী কণ্ঠশিল্পী সিধু মুছ ৱালাক দুষ্টলোকে গুলীয়াই হত্যা কৰে । গুলীচালনাত আন দুজন লোক আহত হয়। পঞ্জাৱ চৰকাৰে যোৱাকালি মুছ ৱালাকে ধৰি ৪২৪ জন লোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ মাত্ৰ এদিন পিছতে এই ঘটনা সংঘটিত হয়।

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ ।
27/05/2022

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ ।

লাভলীনা বৰগোঁহাইক আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েশ্বনৰ এথলীট কমিটীৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ।
26/05/2022

লাভলীনা বৰগোঁহাইক আন্তঃৰাষ্ট্ৰীয়
বক্সিং এছ'চিয়েশ্বনৰ এথলীট কমিটীৰ
অধ্যক্ষ হিচাপে নিৰ্বাচিত ।

ফটোত কাছাৰ জিলা উপায়ুক্ত মহোদয়া  (Smti Keerthi Jalli, IAS)বানপিড়ীত লোকক নিজে বোকা মাজৰে খোজকাঢ়ি সহায় হাত আগবঢ়াইছে ।
26/05/2022

ফটোত কাছাৰ জিলা উপায়ুক্ত মহোদয়া (Smti Keerthi Jalli, IAS)
বানপিড়ীত লোকক নিজে বোকা মাজৰে খোজকাঢ়ি সহায় হাত আগবঢ়াইছে ।

25/05/2022

চছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা শিহৰনকাৰী দৃশ্য - গাহৰিয়ে মহতিয়াই থৈ গল এজন লোকক ।

25/05/2022

কান' চলচ্চিত্ৰ মহোৎসৱৰ 'ৰেড কাৰ্পেটত অসমক প্ৰতিনিধিত্ব কৰি প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী তথা পৰিচালিকা Aimee Baruah

বটদ্ৰৱা থানা জ্বলাই দিয়া অভিযুক্তৰ ঘৰত চলিল বুলড'জাৰ, পুৱাৰে পৰা বটদ্ৰৱা শালনাবড়িত চলিল অভিযুক্তৰ ঘৰ উচ্ছেদ অভিযান l
22/05/2022

বটদ্ৰৱা থানা জ্বলাই দিয়া অভিযুক্তৰ ঘৰত চলিল বুলড'জাৰ, পুৱাৰে পৰা বটদ্ৰৱা শালনাবড়িত চলিল অভিযুক্তৰ ঘৰ উচ্ছেদ অভিযান l

21/05/2022

জাগিৰোড সমষ্টিৰ মায়ং ঝাৰগাওঁৰ ওচৰৰ বুৰগাঁওৰ পৰা গৰকীয়াধাপ যোৱা এইটো মূল ৰাস্তা । বৰষুন হলে ৰাইজে হোৱা দোৱা খাব লগা হয় ।

17/05/2022

Haflong Town Raji Community Hall, Fishery Office

17/05/2022

Haflong Town niprang

17/05/2022

New Haflong Rail Station

New Haflong Rail Station
17/05/2022

New Haflong Rail Station

16/05/2022

বানপানীৰ এটি ভয়ানক দৃশ্য

16/05/2022

ডিমা হাচাও জিলাৰ হাফলং অঞ্চলৰ এটা পথৰ এটা অংশ বৰষুণৰ পানীয়ে উটুৱাই লৈ যায়।

ভিডিঅ’ৰ উৎস: ANI

ডিমা হাচাওত বান ভূমিস্খলনৰ বিধ্বস্ত ৰূপ l
16/05/2022

ডিমা হাচাওত বান ভূমিস্খলনৰ বিধ্বস্ত ৰূপ l

07/05/2022

অলপ আগতে বৰপেটা জিলাৰ চেনিমাৰীত ঘূর্ণী বতাহৰ তাণ্ডৱৰ এটা ভয়ানক দৃশ্য,

19/04/2022

কমল কুমাৰ মেধি :
'ৰাইজৰ দল’ৰ পৰা যোৱা ১২ এপ্ৰিলতে পদত্যাগ কৰিছিলোঁ ৷ কিন্তু এই কথাটো মই সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰচাৰ কৰা নাছিলোঁ ৷
তাৰ কাৰণটো আছিল- মোৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক ৷ মই মনে মনে আঁতৰি দিম, দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ একো ক্ষতি নহয় তেতিয়া ৷ মোৰ মনৰ ভিতৰত থকা অভিযোগবোৰো আৰু ৰাজহুৱা নকৰোঁ, যদিও ক’বলৈ বহু কথাই আছে ৷ মই সম্পূৰ্ণ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছিলোঁ ৷
কালি আৰু আজি দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ আৰু বিষয়ববীয়াৰ সভা আছিল ৷
মই যিহেতু পদত্যাগ কৰিছিলোঁ, গতিকে মই মিটিঙলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ কিন্তু কালিৰ কৰ্ণধাৰ সমিতিৰ সভাই মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু সভাৰ শেষত সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণধাৰ সমিতিখন আমাৰ ঘৰলৈ আহে ৷ তেওঁলোকে মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো সন্দৰ্ভত মোক জনায় আৰু পিছদিনাৰ অৰ্থাৎ আজিৰ বিষয়ববীয়াৰ সভাত উপস্থিত থাকিবলৈ কয় ৷ দলৰ সভাপতিকে ধৰি কৰ্ণধাৰ সমিতিৰ মাননীয় সদস্যসকলৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ বিষয়ববীয়াৰ সভাত সৌজন্যতাৰ খাটিৰত উপস্থিত হওঁ ৷ লগতে মই এই কথাও স্পষ্ট কৰি দিওঁ যে সভাপতিকে ধৰি কৰ্ণধাৰৰ সদস্যসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ সভাত উপস্থিত হৈছোঁ যদিও মই পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ নকৰোঁ ।
মই ভাবি আছিলোঁ যে সভাত বিশেষ বক্তব্য নিদিয়াকৈ কিছু সময় বহি সভাপতিক মাত লগাই মই উঠি আহিম ৷
কিন্তু সেই সময়তে এটা বিষয়ক লৈ একপ্ৰকাৰ বিতৰ্ক আৰম্ভ হৈছিল ৷ এগৰাকী নেতাই বিষয়টো সন্দৰ্ভত অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াই থকাত মই আচল কথাটো সভাত উল্লেখ কৰি দিলোঁ ৷ লগে লগে বিষয়টোক লৈ যুক্তি-তৰ্ক আৰম্ভ হ’ল ৷ একেলগে কেইবাজনেও ঠিয় হৈ ক’বলৈ ধৰিলে ৷
তাৰপিছত সেই নেতাই এইবাৰ মোক উদ্দেশ্যি ক’বলৈ ধৰিলে যে মই হেনো বিজেপিৰ এজেণ্ট হৈ সভাত গণ্ডগোল লগাই দিছোঁ ৷
মই বোলো কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপিৰ এজেণ্ট হ’ব পাৰোঁ- তেন্তে আপুনি এআইইউডিএফ বা অলকায়দাৰ এজেণ্ট ৷
তাৰপিছত...
তাৰপিছৰখিনি পিছত ৷
আজি আৰু একো নকওঁ ৷
দলৰ পৰা পদত্যাগ কৰিও দলৰ ক্ষতি নহওক বুলি মই কৰি অহা আচৰণ বুজি নোপোৱা সকলক মই ছাগৈ অপাত্ৰত দান দিয়াৰ দৰে হৈছে ৷
গতিকে এইকেইদিন গোপনে ৰখা খবৰটো পৰিস্থিতিয়ে ফাদিল কৰিবলৈ বাধ্য কৰালে ৷ 'ৰাইজৰ দল’ৰ নিষ্ঠাবান কৰ্মীসকললৈ ক্ষমা প্ৰাৰ্থনা !
( লগতে এইটোও জনাই থওঁ যে বেলেগ কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা মোৰ নাই ৷ )

18/04/2022

ক্ষেএী " ডিমৰীয়া মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা মুকলি বিহুৰ কিছু দৃশ্য

08/03/2022

Address

Jhargaon
Jagiroad

Alerts

Be the first to know and let us send you an email when News Axom Polity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Axom Polity:

Videos

Nearby media companies


Comments

নগাওঁ ৰ জনসমাৱেশক লই আছু (AASU) নিমাত কিয় ?
x

Other Jagiroad media companies (show all)

Miletia Guide Solutions PVT LTD Godgmart ਲੋਕ ਮੁੱਦੇ LOK MUDE MAY I Help You NGO Ranking Machine अखिल भारतीय कोली/कोरी समाज आगर Marketingengg.in Akash kar Latest News Today