DJ VLOGS Majuli

DJ VLOGS Majuli Hi All, I am Dibyajyoti Borah and a new YouTuber from the river island Majuli. Please follow my page.

🎉 I earned the emerging talent badge this week, recognizing me for creating engaging content that sparks an interest amo...
19/08/2025

🎉 I earned the emerging talent badge this week, recognizing me for creating engaging content that sparks an interest among my fans!

16/08/2025

জীৱনত কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যাই, দিনটো ৰিক্সা চলাই শেষ পৰিণতি এনেকুৱা হব বুলি নো কোনে জানিছিল

10/08/2025

মাজুলীৰ আমাৰ আপোন ঘৰ খন।।

09/08/2025

মিঞা খেদা কাৰ্য্য ক তীব্ৰ সমৰ্থন জনাইছোঁ, গোটেই অসম খনেই মিঞা মুক্ত হব লাগে, কিন্তু এইকেইদিন সামাজিক মাধ্যমত খুব দেখি আছোঁ যে, তই এবাৰ উজনিত আহি চা, তই এবাৰ নামনিত আহি চা, নিজৰ অসম খনৰ মাজতেই যদি এনে বিৰোধ চলে, তেন্তে বেলেগে অতি সহজে সুবিধা লব।। সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ নিজৰ মাজত উজনি নামনিৰ ভেদ ভাৱ যাতে নানে, নিজকে অসমৰ বুলি বুকু ফিন্দাই কবলৈ শিকক, উজনি বা নামনি অসমৰ বুলি নহয়।।

06/08/2025

কণমানি জনৰ প্ৰৱেশ ত দম আছে।।

05/07/2025

ধেমাজিৰ এপাহি বোকাৰ পদুম।। কি সুন্দৰ কণ্ঠ!!

02/07/2025

জয় বাবা অগ্নিনাভ।। কৃষ্ণ প্ৰভু, বাবা য়ে যেন সকলোকে কৃপা কৰে, অগ্নিনাভ বাবা মন্দীৰ ৰ সেই গা নোম সিয়ৰি উঠা প্ৰাৰ্থনা ভাগি।।

অসমৰ এজন বাটকটীয়া।। যদি মানুহ জনক চিনি পাইছে, comment কৰক।।
02/07/2025

অসমৰ এজন বাটকটীয়া।। যদি মানুহ জনক চিনি পাইছে, comment কৰক।।

কাৰোবাক ধৰিব পাৰিছে নিকি?? কোন হয় বাৰু এইজন ব্যক্তি?? Share কৰক যদি আপুনি এইজন ব্যক্তিৰ অনুৰাগী।।
14/04/2024

কাৰোবাক ধৰিব পাৰিছে নিকি?? কোন হয় বাৰু এইজন ব্যক্তি?? Share কৰক যদি আপুনি এইজন ব্যক্তিৰ অনুৰাগী।।

12/04/2024

খেতি পথাৰৰ পোক নিয়ন্ত্ৰণৰ বাবে এটি বিশেষ যন্ত্ৰ।। কৃষক সকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ।।

05/04/2024

Call now to connect with business.

গৌৰৱেৰে share কৰক।। নতুন ইতিহাস ৰচিব ভাৰতীয় cricket ত।।
01/04/2024

গৌৰৱেৰে share কৰক।। নতুন ইতিহাস ৰচিব ভাৰতীয় cricket ত।।

Address

Malowali
Jorhat
785001

Alerts

Be the first to know and let us send you an email when DJ VLOGS Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DJ VLOGS Majuli:

Share