Chayanika Neog

Chayanika Neog জীৱনৰ প্ৰতিটো পল হাঁহিৰে জীয়াব বিচাৰোঁ।

23/07/2025

দাৰ্জিলিঙ যাওঁ ব'লক👍

22/07/2025

প্ৰিয়জন❤️

21/07/2025

দাৰ্জিলিঙৰ শ্ৰী মহাকাল মন্দিৰ🙏 🙏

21/07/2025

মানুহৰ যেতিয়া আধ্যাত্মিকতাত বিশ্বাস থাকে তেতিয়া মানুহে সদায় সৎ পথত থাকি কাম কৰে।সঁচাকৈয়ে যেনেকৈ মানুহে ভগৱানক বিশ্বাস কৰি পূজা-অৰ্চনা কৰে ,সেয়া বাস্তৱ ক্ষেত্ৰতো কিবা এটা বেয়া কাম কৰা আগত,কাৰোবাৰ অপকাৰ কৰা,অহিৎ চিন্তা কৰা সময়ত এবাৰ হ'লেও ভবাটো উচিত যে ভগৱান আছে ।কিয়না ভগৱানক বিশ্বাস কৰিয়েটো পূজা-অৰ্চনা কৰা হয়।

20/07/2025

সুখী থকাৰ উপায়: ১)নিজৰ যি আছে তাত সন্তুষ্ট হ'বলৈ শিকিব লাগে। ২)বেলেগৰ সুখত সুখী হ'বলৈ শিকক। ৩)আনৰ ভাল হোৱা দেখিলে নিজৰ নোহোৱাক লৈ দুখ নকৰি,হিংসা নকৰি অনুপ্ৰাণিত হৈ নিজক আগবঢ়াবলৈ চেষ্টা কৰক। ৪)আনৰ কথাত গুৰুত্ব নিদিব যিবোৰে আপোনাক হতাশ কৰিব পাৰে। ৫)বিচৰাটো নাপালে হতাশ হ'ব নালাগে।ভাৱিব লাগে যে ভগৱানে তেওঁৰ বাবে বেলেগ সুন্দৰ পথ ৰাখি থৈছে।

25/12/2024

আবেলিটো নিজৰ এটা ভাল লগা কামেৰে

16/12/2024

মোৰ মৰমৰ কণমানিহঁতৰ লগত কটোৱা অকনমান সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ।ভিডিঅ' কৰিলে কিমান যে ভাল পায় সিহঁতে!ভিডিঅ'ত ওলোৱাৰ স্ফূৰ্তিতে দুগুণ উৎসাহেৰে শিকিবলৈ আগ্ৰহ কৰে।সেয়ে কেতিয়াবা নিভাঁজ মৰমেৰে আৱৰি ৰখা মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত ভিডিঅ' বনাওঁ।

Address

Jorhat

Alerts

Be the first to know and let us send you an email when Chayanika Neog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share