Khabor live 24x7

Khabor live 24x7 খবৰৰ আঁৰৰ সকলো খবৰ, বিশ্লেষনাত্মক ভাৱে সততাৰ দলিল।টি আৰ পি নহয় সত্যৰ অনুসন্ধান।

07/06/2026

যোৰহাট ডকাইতি কাণ্ড ওলাল পৰিকল্পিত নাটক, মাতৃ-পুত্ৰসহ তিনিজনৰ ষড়যন্ত্ৰৰ ফাদিল l

07/06/2026

এজাক বৰষুণতে যোৰহাট চহৰৰ ৰয়েল ৰোডৰ ২নং ৱাৰ্ডত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।

05/06/2026

প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে বিশ্ববাসীয়ে। ব্যতিক্ৰম নহয় যোৰহাটো। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্ৰ হৈছে "প্ৰকৃতি ৰক্ষা কৰক, ভৱিষ্যৎ সুৰক্ষিত কৰক"।

05/06/2026

আজি বিশ্ব পৰিৱেশ দিৱস
যোৰহাট জিলাৰ সদাব্যস্ত গড় আলিত অসম সেনা যোৰহাট জিলা সমিতিয়ে বিতৰণ কৰে গছপুলি ।
গড়আলিৰ কেইবাজনো পথচাৰীক মূল্যবান গছৰ পুলি বিতৰণ কৰে ।

03/06/2026

তিৱা স্বায়ত্ত পৰিষদৰ এক বিশেষ উদ্যোগত আজি পৰিষদৰ সচিবালয় প্ৰাংগনত এক সামগ্ৰী বিতৰণ অনুষ্ঠান সম্পন্ন হয়।

03/06/2026

যোৰহাটত বাঘৰ ১ বছৰীয়া মৃত পোৱালি উদ্ধাৰ l

03/06/2026

যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ ডকাইতিৰ ঘটনা ।
অস্ত্ৰ লৈ এটা পৰিয়ালত লুটপাত চলায় এটা দূৰ্বৃত্তৰ দলে ।
যোৰহাট নগৰৰ পৰা কিছু নিলগতে সংঘটিত হৈছে এই ঘটনা ।

03/06/2026

যোৰহাট চিকিৎসালয় মহাবিদ্যায় অগ্নিকাণ্ড
চিকিৎসালয় মহাবিদ্যাযৰ টি বি ৱাৰ্ডৰ কৰ্মচাৰী থকা কোঠাত হয অগ্নিকাণ্ড

02/06/2026

যোৰহাট হাবিচুকৰ ৰেলৱে উন্মুক্ত পথটো ৰে'ল বিভাগে বন্ধ নকৰাৰ স্থানীয় ৰাইজক আশ্বাস প্ৰদান তিতাবৰৰ নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালাৰ l

02/06/2026

অসম জাতীয় সুৰক্ষা পৰিষদ যোৰহাট জিলা সমিতিৰ মহানুভৱতা, ৰাজু হাজৰিকালৈ আৰ্থিক সাহায্য প্ৰদান

Address

Jorhat Royal Road
Jorhat
785001

Telephone

+916000202749

Website

Alerts

Be the first to know and let us send you an email when Khabor live 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khabor live 24x7:

Share