Focus News

Focus News FOCUS NEWS - সত্যৰ সন্ধানত!

24x7 News Provider

গোগামুখত মাহ-প্ৰসাদ খাই অসুস্থ ৪০ জন লোক....
13/09/2025

গোগামুখত মাহ-প্ৰসাদ খাই অসুস্থ ৪০ জন লোক....

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী..
13/09/2025

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী..

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি...
12/09/2025

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি...

গোলকগঞ্জত প্ৰতিবাদকাৰীক লাঠিচালনা কৰা২ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জডগোলকগঞ্জ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতা আ...
11/09/2025

গোলকগঞ্জত প্ৰতিবাদকাৰীক লাঠিচালনা কৰা
২ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জড
গোলকগঞ্জ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া
দেৱজিৎ কলিতা আৰু গৌৰীপুৰ থানাৰ আৰক্ষী
ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল'জড

11/09/2025

প্ৰতিবাদী জনতাক আৰক্ষীৰ বৰ্বৰ আক্ৰমণ....

আজি RSS প্ৰধান মোহন ভাগৱতৰ জন্মদিন
11/09/2025

আজি RSS প্ৰধান মোহন ভাগৱতৰ জন্মদিন

📌গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ SIT-এ দাখিল কৰিলে প্ৰতিবেদন। SITত ভয়ংকৰ তথ্য ফাদিল! ফেচবুকত বিশেষ পোষ্ট মুখ্যমন্ত্ৰীৰ...
10/09/2025

📌গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ SIT-এ দাখিল কৰিলে প্ৰতিবেদন। SITত ভয়ংকৰ তথ্য ফাদিল! ফেচবুকত বিশেষ পোষ্ট মুখ্যমন্ত্ৰীৰ...

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
09/09/2025

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

09/09/2025

📌যোৰহাটৰ ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ
📌মৃতদেহ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ ৰাইজৰ
📌মৃত ব্যক্তিজন জেইল ৰোডৰ অনন্ত শইকীয়া

আজিৰে পৰা UAEত আৰম্ভ এছিয়া কাপ ২০২৫। T-20 ফৰ্মেটত অনুষ্ঠিত হ’ব এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ।
09/09/2025

আজিৰে পৰা UAEত আৰম্ভ এছিয়া কাপ ২০২৫।
T-20 ফৰ্মেটত অনুষ্ঠিত হ’ব এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ।

আজি দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। সংসদ ভৱনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। NDAৰ চি পি ৰাধাকৃষ্ণণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্...
09/09/2025

আজি দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। সংসদ ভৱনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। NDAৰ চি পি ৰাধাকৃষ্ণণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা I.N.D.I.Aৰ বি সুদৰ্শন ৰেড্ডীৰ।

নেপালত হিংসাত্মক প্ৰতিবাদত মৃতকৰ সংখ্যা বৃদ্ধিনেপালত ২৫টা সামাজিক মাধ্যমৰ এপ নিষিদ্ধ কৰাৰ পাছতেই নেটিজেনৰ উত্তাল প্ৰতিবা...
09/09/2025

নেপালত হিংসাত্মক প্ৰতিবাদত মৃতকৰ সংখ্যা বৃদ্ধি
নেপালত ২৫টা সামাজিক মাধ্যমৰ এপ নিষিদ্ধ কৰাৰ পাছতেই নেটিজেনৰ উত্তাল প্ৰতিবাদ। নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ১৭ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Focus News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Focus News:

Share