Jorhat Journal

Jorhat Journal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jorhat Journal, News & Media Website, Jorhat Town, Jorhat.

26/08/2026

নেপালৰ বানপানীৰ হৃদয়বিদাৰক দৃশ্য!

২০১৫ চনৰ বিধ্বংসী ভূমিকম্পৰ পাছত নেপালত সংঘটিত হোৱা অন্যতম বৃহৎ প্ৰাকৃতিক দুৰ্যোগ।

হিমবাহ ফাটি সৃষ্টি হোৱা ভয়ংকৰ জলপ্ৰবাহে লৈছে মহাপ্ৰলয়ৰ ৰূপ!

ভোটে কোশী নদীৰ এই ৰুদ্ৰৰূপে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি। বানপানীৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত।

Video Credit: X

Disclaimer: Jorhat Jarnel shares this content for informational and public awareness purposes only. Full credit and all rights belong to the original source and creator.

26/08/2026
26/08/2026

উমৰাংচুৱে শীঘ্ৰেই পৰ্যটনৰ ক্ষেত্ৰত শ্বিলঙৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিব- মুখ্যমন্ত্ৰী

মেঘালয়লৈ অসমৰ পৰ্যটক যোৱাৰ ক্ষেত্ৰত একাংশ লোকৰ আপত্তি থকাৰ কথা উল্লেখ কৰি অসম-মেঘালয়ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিবলৈ হাফলং, উমৰাংচু, কাৰ্বি আংলং আদি পৰ্যটনস্থলীৰ উন্নয়নত অধিক গুৰুত্ব দিব লাগিব। লগতে উমৰাংচু আৰু মাজুলীৰ প্ৰস্তাৱিত বিমানবন্দৰৰ কাম এই কাৰ্যকালতেই সম্পূৰ্ণ কৰাৰ লক্ষ্যৰ কথাও উল্লেখ কৰে।

তেওঁ কয়, উমৰাংচুৱে শীঘ্ৰেই পৰ্যটনৰ ক্ষেত্ৰত শ্বিলঙৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিব।

26/08/2026

মাজুলীত বেলট পেপাৰ যোগে পুনৰ অনুষ্ঠিত হ’ল নিৰ্বাচন।

চুৰি কাণ্ডৰে চৰ্চিত যোৰহাটৰ বিতৰ্কিত প্ৰেমিক-প্ৰেমিকা যশ-পূৱালীৰ হোৱাটছএপ বাৰ্তালাপ
26/08/2026

চুৰি কাণ্ডৰে চৰ্চিত যোৰহাটৰ বিতৰ্কিত প্ৰেমিক-প্ৰেমিকা যশ-পূৱালীৰ হোৱাটছএপ বাৰ্তালাপ

26/08/2026

যোৰহাটৰ অশীতিপৰ জয়ন্তী বৰাৰ কাহিনী নুশুনে মন্ত্ৰী-বিধায়কে। আইতাৰ বাবে ধোঁৱাচাঙত সকলো আঁচনি।

26/08/2026

যোৰহাট চহৰৰ সুৰক্ষা ব্যৱস্থাক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই এইবাৰ আৰক্ষীৰ নাকৰ তলতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ চুৰিকাণ্ড।

Address

Jorhat Town
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Jorhat Journal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share