Apun Barta

Apun Barta APUN BARTA
সত্যৰ সৈতে, আপোনাৰ বাবে।
Breaking News | Politics | Business | Sports | Entertainment

কবি নীলিম কুমাৰৰ বিশেষ পোষ্ট।
07/08/2026

কবি নীলিম কুমাৰৰ বিশেষ পোষ্ট।

05/08/2026

বানাক্ৰান্ত ৰাইজৰ কাষত মুখ্যমন্ত্ৰী।
দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থা দেখি আৱেগিক মুহূৰ্ত।
মানুহৰ দুখ-কষ্ট লাঘৱ কৰাৰ প্ৰতিশ্ৰুতিৰে সহায় আৰু পুনৰ্নিৰ্মাণৰ আশ্বাস।

কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই আজি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু আক্ৰান্ত লোকসকলক সকলোধৰণ...
05/08/2026

কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই আজি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু আক্ৰান্ত লোকসকলক সকলোধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

04/08/2026

🚨 যোৰহাট টাউনত কৃত্ৰিম বানপানী!

যোৰহাট টাউনৰ যোৰহাট সদৰ থানাৰ সন্মুখৰ পথ পানীত ডুব গৈছে। ফলত পথচাৰী, ব্যৱসায়ী আৰু যান-বাহন চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

📍স্থান: যোৰহাট সদৰ থানাৰ সন্মুখ, যোৰহাট টাউন

04/08/2026

বানপীড়িত ৰাইজক সকলো ধৰণৰ সহযোগিতা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।


🛑 শিৱসাগৰত ধাৰাসাৰ বৰষুণ, চহৰৰ বহু পথ পানীৰ তলত।অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত আজি শিৱসাগৰ চহৰৰ বিভিন্ন পথত পানী জমা হৈছে। বহু...
04/08/2026

🛑 শিৱসাগৰত ধাৰাসাৰ বৰষুণ, চহৰৰ বহু পথ পানীৰ তলত।
অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত আজি শিৱসাগৰ চহৰৰ বিভিন্ন পথত পানী জমা হৈছে। বহু ঠাইত ৰাস্তাঘাট জলমগ্ন হোৱাত যান-বাহন চলাচল ব্যাহত হৈছে আৰু সাধাৰণ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
বতৰ বিভাগে অসমত আগন্তুক সময়তো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে। এনে পৰিস্থিতিত অতি প্ৰয়োজন নোহোৱালৈকে জলমগ্ন পথত যাতায়াত নকৰিবলৈ আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে।

ঘৰত বহিয়েই কৰিব পাৰিব Census Self-Enumerationঅসমত আৰম্ভ হৈছে Census 2027-ৰ Self-Enumeration সুবিধা। এতিয়া ৰাজ্যবাসীয়ে...
03/08/2026

ঘৰত বহিয়েই কৰিব পাৰিব Census Self-Enumeration

অসমত আৰম্ভ হৈছে Census 2027-ৰ Self-Enumeration সুবিধা। এতিয়া ৰাজ্যবাসীয়ে ঘৰত বহিয়েই se.census.gov.in প'ৰ্টেলত লগইন কৰি নিজৰ পৰিয়ালৰ Census তথ্য অনলাইনযোগে দাখিল কৰিব পাৰিব।
এই অনলাইন Self-Enumeration ২ আগষ্টৰ পৰা ১৬ আগষ্ট ২০২৬লৈ চলিব। ইয়াৰ পিছত ১৭ আগষ্টৰ পৰা চৰকাৰী গণনাকাৰীয়ে (Enumerator) ঘৰে ঘৰে গৈ তথ্যসমূহ আৰু House Listing কাৰ্য আৰম্ভ কৰিব।
চৰকাৰে সকলো নাগৰিকক এই ডিজিটেল সুবিধাৰ সদ্ব্যৱহাৰ কৰি সময়মতে Self-Enumeration সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে।

🌐 প'ৰ্টেল: https://se.census.gov.in

© APUN BARTA | Digital News

Address

Jorhat
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Apun Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share