10/09/2026
অৱশেষত মুক্ত হ’ল হাতীটো! ডিঙিত সোমাই থকা প্ৰকাণ্ড টেক্টৰৰ টায়াৰ আঁতৰোৱাত সফল উদ্ধাৰ অভিযান।
মৰঙিৰ বকিয়ালত হাতীৰ ডিঙিত সোমাই পৰিছিল এটা প্ৰকাণ্ড টেক্টৰৰ টায়াৰ। দীৰ্ঘসময় ধৰি শংকাত থকা হাতীটোক অৱশেষত বন বিভাগৰ কৰ্মীসকলৰ তৎপৰতাত উদ্ধাৰ কৰা হয়।